• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী বতাহ; ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা

চানু গগৈ by চানু গগৈ
December 10, 2020 4:28 pm
WhatsApp Image 2020-12-10 at 4.03.59 PM

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ১৭ ডিছেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা পৰিষদীয় নিৰ্বাচনৰ সমুখ সমৰত জয়ী হ’বলৈ সমষ্টিয়ে সমষ্টিয়ে শাসক-বিৰোধীৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলে উত্তপ্ত কৰি তুলিছে নিজৰ প্ৰচাৰ অভিযান।

এই লৈ ১০ নং তেতেলীয়া সমষ্টিটো শাসক-বিৰোধীৰ প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ উঠি-পৰি লাগিছে।

Apply Now

উল্লেখ্য যে সমষ্টিটোত এইবাৰ শাসকীয় দলৰ খগেন চন্দ্ৰ বৰদলৈ, কংগ্ৰেছৰ মতিৰাম দেউৰী আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ মনোনীত ধৰ্মসিং বৰদলৈয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে।

নিৰ্বাচন যুদ্ধত  তিনিগৰাকী শক্তিশালী প্ৰাৰ্থীৰ ভিতৰতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভ্ৰাৱনা আছে যদিও পূৰ্বে দুটাকৈ কাৰ্যকালত বৰ্তমান শাসকীয় দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী খগেন চন্দ্ৰ বৰদলৈৰ প্ৰতি এইবাৰ সমষ্টিৰ গৰিষ্ঠ সংখ্যক ভোটাৰ বিতুষ্ট হৈ পৰিছে।

কিয়নো বিগত সময়ত বৰদলৈয়ে সমষ্টি উন্নয়ণ পূঁজিৰ ধন আত্মসাৎ,বিভিন্ন দুৰৰ্নীতি কেলেংকাৰীত লিপ্ত থকাৰ উপৰি শাসন আৰু ক্ষমতাৰ লালসাত পৰিষদখনকে অস্থিৰ কৰি তুলিছিল বুলি সমষ্টিবাসী ৰাইজৰ মুখে-মুখে চৰ্চা লাভ কৰিছিল।

তেনে সন্ধিক্ষনত এইবাৰ পৰিষদীয় নিৰ্বাচনত গেৰুৱা দলটোৰ মনোনীত সদস্যগৰাকীয়ে যে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সেয়া নিশ্চিত বুলি সমষ্টিটোৰ সচেতন ভোটাৰ ৰাইজৰ মাজত আলোচিত হৈছে।

সেই সুযোগ গ্ৰহণ কৰি জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মতিৰাম দেউৰী আৰু অগপ, আপৰ সমৰ্থিত তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰক্ষেপিত পাৰ্থী ধৰ্মসিং বৰদলৈয়ে নিৰ্বাচনত জয়ী হোৱাৰ ৰণকৌশল তৈয়াৰ কৰি ইতিমধ্যে সাধাৰণ ভোটাৰ ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে।

৭৭৩৯ জন ভোটাৰ থকা ৩৬ জনীয়া সদ্যৰে পৰিবেষ্টিত পৰিষদখনৰ  অন্যতম সমষ্টি হিচাপে পৰিগণিত ১০ নং তেতেলীয়া সমষ্টিটোৰ সাধাৰণ ভোটাৰেহে নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্যৰ চকৰি।

উল্লেখৰ আৱশ্যক যে, ১০ নং তেতেলীয়া সমষ্টিটোত জনজাতীয় ভোটৰ তুলনাত সাধাৰণ ভোটাৰৰ সংখ্যাই কেইবাটাও ৱাৰ্ডত সৰ্বাধিক। সেই দিশৰ পৰা সমষ্টিটোত সাধাৰণ ভোটাৰেহে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে।

গতিকে বিগত সময়বোৰত সমষ্টিবাসীৰ উন্নয়ণৰ দিশত পাই অহা তিতা-মিঠা সোৱাদৰ পুঞ্জীভূত ক্ষোভ এইবাৰ নিৰ্বাচনতে বহিঃপ্ৰকাশ হ’ব বুলি অঞ্চলটোৰ ৰাজনৈতিক বিশ্লেষক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd