• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ বিষয়টো প্ৰমিলাৰাণী, প্ৰমোদ বড়ো, আদিত্য খাকলাৰীৰ পৈতৃক সম্পত্তি নহয়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2019 10:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনজাতিকৰণৰ বিষয়টো বি পি এফৰ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, প্ৰমোদ বড়ো বা আদিত্য খাকলাৰীৰ পৈতৃক সম্পত্তি নহয়। অসমৰ কোঁচ ৰাজবংশীসকলে দীৰ্ঘদিন ধৰি সংবিধানৰ আধাৰত জনজাতিকৰণৰ দাবী জনাই আহিছে। কোঁচ ৰাজবংশী সকলৰ জনজাতিকৰণত হেঙাৰ হিচাপে থিয় দিয়া সকলক এই দৰে সমালোচনা কৰে কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি ধীৰেন চন্দ্ৰ ৰায় আৰু সম্পাদক ভবেশ ৰায়ে।

১৯ জানুৱাৰিত চিৰাং জিলাত সাংবাদিকৰ আগত দুয়োগৰাকীয়ে কয় যে অসমৰ এগৰাকী দায়িত্ববান মন্ত্ৰী তথা বিপিএফ দলৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ লগতে ট্ৰাইবেল সংঘ, এবছুকে ধৰি একাংশ জনজাতীয় সংগঠনৰ উগ্ৰ মনোভাব অসমৰ কোঁচ ৰাজবংশীসকলৰ লগতে আন পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াত হেঙাৰ হিচাপে থিয় দিছে। গতিকে জনজাতীয় সংগঠনসমূহৰ এনে মনোভাবক কঠোৰ সমালোচনা কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সন্মিলনীয়ে।

Apply Now

তাৰোপৰি তেওঁলোকে কয় যে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা পোৱাৰ পূৰ্ণ যোগ্যতা থকাৰ বাবে ১৯৯৬ চনতে তেতিয়াৰ বিজেপি চৰকাৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ এক অধ্যাদেশযোগে কোঁচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছিল। কিন্তু একমাত্ৰ ট্ৰাইবেল সংঘৰ বিৰোধিতা আৰু পৰৱৰ্তী চৰকাৰৰ অমনোযোগিতাৰ পৰিপ্ৰেক্ষিতত জনজাতিকৰণ বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত গৃহীত নহ’ল।

সম্প্ৰতি বিজেপি চৰকাৰে পুনৰ বিষয়টো সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তে জনজাতীয় সংগঠনৰ এনে স্থিতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। লগতে বৰ্তমান বিজেপি চৰকাকে যি নতুন নীতিৰে জনজাতিকৰণ কৰিব বিচাৰিছে তাৰো তীব্ৰ বিৰোধিতা কৰি পূৰ্বৰ নীতিৰ ভিত্তিতে জনজাতিকৰণ কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd