• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ বদনগৰ অঞ্চলত এক ভয়ংকৰ আৰু লজ্জাজনক ঘটনা সংঘটিত হৈছে। নিশাৰ আন্ধাৰত এদল চোৰে এখন পামত প্ৰৱেশ কৰি লুটপাত চলোৱাৰ লগতে এগৰাকী জনজাতীয় মহিলাক নিজৰ নাবালক পুত্ৰৰ সন্মুখতেই ধৰ্ষণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2026 2:45 pm
91
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ বদনগৰ অঞ্চলত এক ভয়ংকৰ আৰু লজ্জাজনক ঘটনা সংঘটিত হৈছে। নিশাৰ আন্ধাৰত এদল চোৰে এখন পামত প্ৰৱেশ কৰি লুটপাত চলোৱাৰ লগতে এগৰাকী জনজাতীয় মহিলাক নিজৰ নাবালক পুত্ৰৰ সন্মুখতেই ধৰ্ষণ কৰে। যোৱা বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এই জঘন্য কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, উক্ত পাম ঘৰটোত পহৰাদাৰ হিচাপে কাম কৰিছিল এই জনজাতীয় দম্পতীটোৱে। দিনটোৰ হাড়ভঙা পৰিশ্ৰমৰ অন্তত স্বামী, স্ত্ৰী আৰু তেওঁলোকৰ বাৰ বছৰীয়া পুত্ৰ এটি সৰু জুপুৰীত গভীৰ টোপনিত আছিল। তেনে সময়তে মাজনিশা প্ৰায় পাঁচজনীয়া চোৰৰ দল এটা তাত উপস্থিত হয় আৰু শুই থকা পৰিয়ালটোক জগাই সমগ্ৰ ঠাইখনত সন্ত্ৰাস চলায়।

লুটপাতৰ অন্তত দুৰ্বৃত্তৰ দলটোৰ কু-নজৰ পৰে ত্ৰিশ বছৰীয়া মহিলাগৰাকীৰ ওপৰত। নিৰ্যাতিতা গৰাকীয়ে জনোৱা অনুসৰি, দুৰ্বৃত্তবোৰে প্ৰথমে তেওঁৰ স্বামীক আৱদ্ধ কৰি পেলায় আৰু তাৰ পিছত মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰক চোঁচৰাই এখন জংঘলৰ ফালে লৈ যায়। তাত নিৰ্দয় দুৰ্বৃত্তই ল’ৰাটোৰ মূৰত বন্দুক ধৰি তাৰ চকুৰ আগতেই মাতৃক এজন এজনকৈ ধৰ্ষণ কৰে। মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰিলে পুত্ৰক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। নিজৰ চকুৰ আগতে মাতৃৰ লগত হোৱা এই ভয়ংকৰ অত্যাচাৰ দেখি নাবালক পুত্ৰটি মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে।

Apply Now

এই ভয়ংকৰ ঘটনাৰ পিছতেই মহিলাগৰাকীয়ে জনোৱা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ততাতৈয়াকৈ গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে যে অজ্ঞাত দুৰ্বৃত্তৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হৈছে আৰু ইতিমধ্যে অপৰাধীৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰা হৈছে। অতি সোনকালেই দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা হ‘ব বুলি প্ৰশাসনে আশ্বাস দিছে। ইয়াৰ মাত্ৰ এসপ্তাহৰ আগতে বিহাৰৰ বেগুচৰাইতো একেধৰণৰ এক ঘটনাত স্বামীৰ সন্মুখতে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছিল। এতিয়া মধ্যপ্ৰদেশত পুনৰ এনে পাশৱিক অত্যাচাৰৰ ঘটনাই সাধাৰণ লোকৰ নিৰাপত্তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

August 2, 2026 7:55 pm
নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm
যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

August 2, 2026 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

August 2, 2026 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd