• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামৰূপত ‘পথাৰৰ কবি’ ৰাম গগৈৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী উদ্‌যাপন

অক্ষয় প্ৰণব কলিতা by অক্ষয় প্ৰণব কলিতা
September 10, 2018 7:32 pm
IMG-20180910-WA0059
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘পথাৰৰ কবি’ ৰাম গগৈৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী নামৰূপত উদ্‌যাপন কৰা হৈ গৈছে। ঔদ্যোগিক ভিত্তিক নামৰূপ সমলয় কবি চক্ৰই ৰাম গগৈৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকীৰ আয়োজন কৰিছিল। এই উদ্‌যাপন কাৰ্যসূচীৰ আয়োজনত সহযোগ কৰিছিল নামৰূপ কাব্য কাননে।
শ্ৰদ্ধা জ্ঞাপন কাৰ্যসূচী আয়োজন কৰা হৈছিল নামৰূপ বিভিপিচিএল ক্লাবৰ প্ৰেক্ষাগৃহত।
২০১৮-১৯ৰ সাহিত্য পেঞ্চনপ্ৰাপ্ত মুকুট দত্তই জ্ঞানৰ বন্তি প্ৰজ্জলনৰ দ্বাৰা এই কাৰ্যসূচীৰ আয়োজন উদ্বোধন কৰা হয়। সমলয় কবি চক্ৰৰ সাধাৰণ সম্পাদক কাৰ্তিক চন্দ্ৰ তালুকদাৰে এই কাৰ্যসূচীৰ আঁত ধৰিছিল। অনুষ্ঠানত সভাপতিত্ব কৰিছিল ৰূপালী মহন্ত পাটগিৰীয়ে।
বন্তি প্ৰজ্জলনৰ পাছত কবি ৰাম গগৈৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন হিচাপে বিখ্যাত আবৃত্তিকাৰ, সাহিত্যিক জিতুমণি শইকীয়াই সোণালী কবিতা আবৃত্তি কৰিছিল। এই কবিতা আবৃত্তিৰে পৰিৱেশটো কবিগৰাকীৰ স্মৃতিৰে স্মৃতিকাতৰ হৈ পৰিছিল।
ৰাম গগৈৰ স্মৃতিচাৰণ সভাত উপস্থিত আছিল নামৰূপ সাহিত্য সভাৰ সভাপতি মণিকান্ত চেতিয়া, সমাৰোহ সভাপতিৰ সভানেত্ৰী আৰতী শৰ্মা দেৱীয়ে, বিবি মহন্ত, সদৌ অসম কবি সন্মিলনৰ জিলা সভাপতি ৰাজেন বৰা, সমাজকৰ্মী ৰঞ্জিৎ বৰুৱা, বিভিপিএলৰ মুখ্য প্ৰশাসনিক বিষয়া প্ৰণব কুমাৰ ভট্টাচাৰ্যি আদি গণ্য-মান্য ব্যক্তিসকল।

অনুষ্ঠানৰ মাজতে ‘অন্বেষণ’ নামেৰে এখন কাব্যালোচনীও উদ্বোধন কৰা হয়। কাব্যলোচনীখন উন্মোচন কৰে বিভিপিএলৰ উপ মহা প্ৰৱন্ধক (মানৱ সম্পদ) ৰোহিনী কান্ত শৰ্মাই।
‘অন্বেষণ’ৰ সম্পাদনা কৰিছে নহম্মদ ছাজিদ আলীয়ে।
ৰাম গগৈৰ স্মৃতিচাৰণ তথা ২৪ সংখ্যক মৃত্যুবাৰ্ষিকী কাৰ্যসূচীৰ সামৰণি পৰে নামৰূপৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত সংগীত, কবিতা আবৃত্তি, নৃত্য আদি সাংস্কৃতিক কাৰ্যসূচীৰে। তেওঁলোকৰ কেইগৰাকীমান হৈছে বিখ্যাত কবি অণিমা বৰুৱা দেউৰী, স্মৃতিৰেখা কলিতা, অনিতা গগৈ, জ্যোতিৰেখা বেগম, বৰ্ণালী বুঢ়াগোহাঞি, গোপা গোস্বামী ইত্যাদি। তেওঁলোকৰ পৰিৱেশনে সমগ্ৰ পৰিৱেশটো স্মৃতিকাতৰ কৰি তোলে। এই অনুষ্ঠানত নামৰূপৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ৩০০ লোকে যোগদান কৰিছিল।

Apply Now
অক্ষয় প্ৰণব কলিতা

অক্ষয় প্ৰণব কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd