• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খাদ্যত ভেজালকৰণ, কিদৰে চিনাক্ত কৰিব? নিজেই হওক খাদ্য পৰীক্ষক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2020 2:29 pm
food
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া প্ৰায় সকলো খাদ্যতে ভেজালেই ভেজাল।

মিঠাতেল, শাক-পাচলি,গাখীৰ ফল-মূল সকলোতে কেৱল ভেজালেই ভেজাল।

Apply Now

ভেজাল খাদ্য গ্ৰহণ কৰি মানুহে এতিয়া নানা ৰোগ দেহত চপাই ল’বলগীয়া হৈছে।তথাপি ভেজাল হ’লেও খাদ্য নোখোৱাকৈও থাকিব নোৱাৰি।

তথাপি কিছুমান প্ৰায়ে ব্যৱহাৰ কৰি অহা খাদ্য আপুনি ঘৰতে ভেজাল নে ভাল সেয়া পৰীক্ষা কৰি চাব পাৰে।

ইয়াৰ বাবে আপোনাক বিশেষ কোনো পৰীক্ষাগাৰৰো প্ৰয়োজন নহব।

Consumer Guidence Society of India ৰ অধ্যক্ষ সীতাৰাম দিক্ষীতে এই ক্ষেত্ৰত আপোনালৈ আগবঢ়াইছে কেইটামান সাধাৰণ কিটিপ—

হালধিৰ ভেজালকৰণ কিদৰে ধৰিব:

প্ৰতিদিনে প্ৰয়োজন হোৱা হালধিৰ ৰং উজ্জ্বল কৰিবলৈ Metanil Yellow নামৰ ক্ষতিকাৰ ৰাসায়নিক পদাৰ্থ বিধ মিহলি কৰা হয়।

এনে পদাৰ্থই নানা ৰোগৰ লগতে কেঞ্চাৰৰো সৃষ্টি কৰিব পাৰে।

হালধিত কৰা এনে ভেজাল ধৰিবলৈ আপুনি অলু কুহুমীয়া গৰম পানীত আধা চামুচ হালধি গুৰি পেলাই দিয়ক।

তাৰ পিছত তাত কেইটোপাল মান বজাৰত সহজে কিনিবলৈ পোৱা হাইড্ৰ’ক্ল’ৰিক এচিড বা আন যিকোনো এচিড পেলাই দিয়ক।

যদি পানীৰ ৰং গুলপীয়া বা ঈষৎ ৰঙা হৈছে তেন্তে বুজিব হালধিত ভেজাল আছে।

গ্ৰীণ চিলি,গাজৰত ভেজালকৰণ:

গ্ৰীণ চিলি,গাজৰ আদিৰ ৰং চকুত লগাকৈ উজ্জ্বল কৰিবলৈ Malachite Green নামৰ পদাৰ্থ মিহলোৱা হয়।

এই পদাৰ্থৰ উপস্থিতি ধৰিবলৈ চিলি বা গাজৰৰ এটা সৰু চুকুৰা লৈ সেয়া অলপ তিতি থকা ব্লটিং পেপাৰত কিছুসময় থৈ দিয়ক। যদি ভেজাল আছে তেন্তে ব্লটিং পেপাৰত দাগ বহিব।

সৰিয়হত কৰা ভেজাল:

বিভিন্ন খাদ্যত আমি গোটা সৰিয়হ ব্যৱহাৰ কৰো।গোটা সৰিয়হত Argemone seeds মিহলাই ভেজাল কৰা হয়।

ই অতি মাৰাত্মক।

এই গুটিয়ে মানুহক অন্ধ পৰ্যন্ত কৰি দিব পাৰে।ই ড্ৰপছি ৰোগৰ সৃষ্টি কৰে।

সেয়া সৰিয়হত ভেজাল ধৰিবলৈ আপুনি কেইটামান সৰিয়হ গুটি আঙুলিৰে হেঁচা দি ভাঙি দিয়ক।যদি গুটিৰ ভিতৰখন হালধীয়া তেন্তে সেয়া সঁচাকৈয়ে সৰিয়হ, যদি ভিতৰ খন বগা তেন্তে সেয়া Argemone seeds বুলি নিশ্চিত হ’ব পাৰে।

Argemone seeds ৰ ভিতৰ খন বগা হয়।

আইচক্ৰীমত মিহলোৱা হয় Washing powder:

আইচক্ৰীমৰ ৰং উজ্জ্বল কৰিবলৈ ইয়াত Washing powder মিহলোৱা হয়।

ফলত মানুহে যকৃতৰ ৰোগৰ লগতে কেঞ্চাৰতো আক্ৰান্ত হোৱাৰ ভয় থাকে।

আইচক্ৰীমৰ ভেজাল ধৰিবলৈ আপুনি কেইটোপাল মান নেমুৰ ৰস আইচক্ৰীমত পেলাই দিয়ক যদি বুৰবুৰণি উঠে বুজিব তাত Washing powder মিহলোৱা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd