• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংসদ নৱ কুমাৰ শৰণীয়াক তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ; কি ক’লে সাংসদগৰাকীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2021 5:19 pm
Manas-National-Park-3-750x375

সাংসদ নৱ কুমাৰ শৰণীয়া। ফাইল ফটো।

253
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ নিৰ্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াক তৃমমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ দিয়া হৈছে। কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি।

বিধানসভা নিৰ্বাচনত তিনিটাকৈ কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা তৃণমূল কংগ্ৰেছে সম্প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ত দলটোক প্ৰতিষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰিছে।

বাতৰি অনুসৰি, তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বন্দোপাধ্যায়ে কৈছিল যে এইবাৰ কোনো ৰাজ্যত তৃণমূলে ইয়াৰ শাখা গঠন কৰিলে কেবল তিনি চাৰিজন বিধায়ক জয়ী কৰাই লক্ষ্য নহ’ব, ৰাজ্যখনৰ ক্ষমতা দখল কৰাই হ’ব লক্ষ্য।

সেই মতে পশ্চিমবংগত পুনৰ চৰকাৰ গঠনৰ পাছত এতিয়া বিভিন্ন ৰাজ্যত তৃণমূলৰ সাংগঠনিক ভেটি গঢ়াৰ পৰিকল্পনা আৰম্ভ কৰিছে দলটোৱে।

দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত বিশেষকৈ ত্ৰিপুৰা আৰু অসমত তৃণমূল কংগ্ৰেছে দলটোক প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈছে। সেই অনুসৰিয়েই কোকৰাঝাৰৰ নিৰ্দলীয় সাংসদগৰাকীক প্ৰস্তাৱ দিয়া হৈছে।

সাংসদ নৱ কুমাৰ শৰণীয়া বৰ্তমান দিল্লীত আছে আৰু তাতেই তৃণমূলৰ সাংসদকেইগৰাকীৰ সৈতে আলোচনা হোৱাৰ কথা। শৰণীয়াই এই সম্পৰ্কত প্ৰাথমিকভাৱে কথা পতা বুলি জানিবলৈ দিয়ে।

আনহাতে অহা ২৬ জুলাইত দিল্লীলৈ যাবলগীয়া মমতা বেনাৰ্জীৰ সৈতেও বিষয়টো লৈ চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd