• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তৃণমূল কংগ্ৰেছৰ আভ্যন্তৰীণ সংকট: এজনৰ পিছত এজন সাংসদৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 1:06 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃণমূল কংগ্ৰেছৰ আভ্যন্তৰীণ সংকট ক্ৰমাগতভাৱে গভীৰ হৈ পৰিছে। এজনৰ পিছত এজন সাংসদে দলৰ পৰা পদত্যাগ কৰিছে। ১০ জুনত দলৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱেও উচ্চ সদনৰ পৰা পদত্যাগ কৰে। দলটোৰ বৰ্ধিত আভ্যন্তৰীণ খেলিমেলিৰ মাজতে এসপ্তাহৰ ভিতৰত এয়া দ্বিতীয়টো পদত্যাগৰ ঘটনা। শিলচৰৰ প্ৰাক্তন কংগ্ৰেছী লোকসভা সাংসদ সুস্মিতা দেৱে ২০১৯ চনৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত ২০২১ চনত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ লগতে ৰাজ্যসভালৈকো নিৰ্বাচিত হৈছিল।

সুস্মিতা দেৱৰ এই পদত্যাগৰ কেইদিনমান পূৰ্বে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰায়েও উচ্চ সদন আৰু দল ত্যাগ কৰিছিল। ৰায়ে দলীয় কাম-কাজত দুৰ্নীতি, প্ৰশাসনীয় ব্যৰ্থতা আৰু ক্ৰমৱৰ্ধমান জনঅসন্তুষ্টিৰ দোহাই দি পদত্যাগ কৰিছিল।

Apply Now

বাতৰি যুগুতাই থকা সময়ত বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি সায়নী ঘোষেও তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। জ্যেষ্ঠ নেতাসকলৰ এই ক্ৰমাগত পদত্যাগে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন দলটোৰ ভিতৰচৰাৰ তীব্ৰ মতানৈক্যক পুনৰবাৰ পোহৰলৈ আনিছে। খবৰ অনুসৰি, এই সংকট কেৱল ৰাজ্যিক বিধানসভাতে সীমাবদ্ধ থকা নাই, বৰঞ্চ সংসদলৈকো সম্প্ৰসাৰিত হৈছে আৰু তৃণমূলৰ এটা অংশৰ সাংসদে দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে।

চলতি সপ্তাহৰ আৰম্ভণিতে দাখিল কৰা নিজৰ পদত্যাগ পত্ৰত সুখেন্দু শেখৰ ৰায়ে অভিযোগ কৰিছিল যে দুৰ্নীতি, শাসন ব্যৱস্থাৰ ব্যৰ্থতা, আইন-শৃংখলাজনিত সমস্যা আৰু মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বাবেই জনসাধাৰণে দলটোক প্ৰত্যাখ্যান কৰিছে। ইয়াৰ উপৰি তেওঁ পশ্চিম বংগৰ নৱনিৰ্বাচিত বিজেপি চৰকাৰে ৰাজ্যখনত গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপসমূহৰ প্ৰশংসা কৰাও দেখা গৈছিল।

সাম্প্ৰতিক নিৰ্বাচনী বিপৰ্যয় আৰু দলৰ ভিতৰত সৃষ্টি হোৱা অন্তর্দ্বন্দ্বৰ বাবে তৃণমূল কংগ্ৰেছ ইতিমধ্যে এক বৃহৎ ৰাজনৈতিক সংকটৰ মাজেৰে গতি গতি কৰি থকাৰ সময়তে সুস্মিতা দেৱ আৰু সায়নী ঘোষৰ প্ৰস্থানে ৰাজ্যসভাত দলটোৰ শক্তি অধিক দুৰ্বল কৰি তুলিব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে সুস্মিতা দেৱে পদত্যাগ কৰিয়ে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা কাৰ্যই বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত কৰি তুলিছে।

প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে তৃণমূল কংগ্ৰেছ নেতৃত্বৰ তৰফৰ পৰা এই পদত্যাগসমূহৰ প্ৰকৃত কাৰণ সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশ : বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান

উচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশ : বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান

June 10, 2026 3:48 pm
ধ্বংসৰ গৰাহত ‘পূবৰ আমাজন’! দিহিং পাটকাইত অইলক খননৰ অনুমতি

ধ্বংসৰ গৰাহত ‘পূবৰ আমাজন’! দিহিং পাটকাইত অইলক খননৰ অনুমতি

June 10, 2026 3:32 pm
গেৰুৱা ধুমুহাত নিঃচিহ্ন কংগ্ৰেছ, স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে গুজৰাটৰ পৰা ৰাজ্যসভাত শূন্য হ’ব দলটো

গেৰুৱা ধুমুহাত নিঃচিহ্ন কংগ্ৰেছ, স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে গুজৰাটৰ পৰা ৰাজ্যসভাত শূন্য হ’ব দলটো

June 10, 2026 3:21 pm
বেদখলমুক্ত কৰা বনভূমিত আন কোনো প্ৰকল্প নিৰ্মাণ কৰিব নোৱাৰিব : গুৱাহাটী উচ্চ ন্যায়ালয়

বেদখলমুক্ত কৰা বনভূমিত আন কোনো প্ৰকল্প নিৰ্মাণ কৰিব নোৱাৰিব : গুৱাহাটী উচ্চ ন্যায়ালয়

June 10, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশ : বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান

উচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশ : বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান

June 10, 2026 3:48 pm
ধ্বংসৰ গৰাহত ‘পূবৰ আমাজন’! দিহিং পাটকাইত অইলক খননৰ অনুমতি

ধ্বংসৰ গৰাহত ‘পূবৰ আমাজন’! দিহিং পাটকাইত অইলক খননৰ অনুমতি

June 10, 2026 3:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd