• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

চৰকাৰী মাটিত নিৰ্মিত ধৰ্মীয় অনুষ্ঠানসমূহৰ উচ্চেদ প্ৰক্ৰিয়া আৰম্ভ ত্ৰিপুৰা চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2018 3:54 pm
Tripura-temple-1140x570
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ বিজেপি-আইপিএফটি চৰকাৰে ৰাজ্যখনৰ অকৰ্তৃত্বশীলভাৱে চৰকাৰী মাটিত নিৰ্মিত ধৰ্মীয় অনুষ্ঠানসমূহ অন্য স্থানত নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি চৰকাৰী বিষয়াসকলে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ২০০৯ চনত সৰ্বোচ্চ ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছিল আৰু ত্ৰিপুৰাৰ তদানিন্তন বামপন্থী চৰকাৰে ২০১৩ চনত এটা প্ৰস্তাৱ পাছ কৰিছিল আৰু এই নিৰ্দেশ কাৰ্যকৰীকৰণৰ বাবে এখন শপতনামা দাখিল কৰিছিল।

Apply Now

কিন্তু এই ক্ষেত্ৰত অভিক আগবঢ়া হোৱা নাছিল কিন্তু বিজেপি নেতৃত্বাধীন  মিত্ৰ চৰকাৰে এই নিৰ্দেশ কাৰ্যকৰীকৰণ কৰিবলৈ আগবাঢ়িছে।

ৰাজহ বিভাগৰ অতিৰিক্ত সচিব এল টি ডাৰলংঙে কৈছে যে এই বিষয়টো এতিয়াও ত্ৰিপুৰা উচ্চ ন্যায়ালয়ত ন্যায়িক বিৱেচনাধীন হৈ আছে। অহা ১৯ ডিচেম্বৰত ৰাজ্য চৰকাৰে ৰাজ্যখনত গঢ়ি উঠা অকৰ্তৃত্বশীল ধৰ্মীয় অনুষ্ঠানসমূহৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিব।

ৰাজহুৱা স্থানসমূহ মুক্ত কৰাৰ বাবে ২০০৯ চনতেই সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশ বৰ্তমান ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জয় কাৰোলে বলৱৎ কৰিব বিচাৰিছে। এই বিষয়ৰ ওপৰত অতি শীঘ্ৰেই শুনানি গ্ৰহম কৰা হ’ব বুলি পশ্চিম ত্ৰিপুৰাৰ অতিৰিক্ত জিলা দণ্ডাধীশ তপন কুমাৰ দাসে জনাইছে।

জিলা প্ৰশাসনে ইতিমধ্যে শনি মন্দিৰ, কালী মন্দিৰ আদি কৰি অতি কমেও ১২টা মন্দিৰ অন্য স্থানলৈ লৈ যোৱা হৈছে আৰু মছজিদ, গীৰ্জা আৰু ডাঙৰ ডাঙৰ মন্দিৰসমূহৰ কৰ্তৃপক্ষসকলৰ সৈতে এই সম্পৰ্কে আলোচনা কৰি থকা হৈছে বুলি পশ্চিম ত্ৰিপুৰাৰ অতিৰিক্ত জিলা দণ্ডাধীশগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে।

পশ্চিম ত্ৰিপুৰা জিলাৰ সোণামুৰাৰ মহকুমা দণ্ডাধীশ ছাজু ৱাহিদে জনাইছে যে ধ্মীয় অনুষ্ঠানসমূহক ৩০ বছৰ পূৰ্বৰ আৰু ৩০ বছৰৰ পাছৰ দুটা ভাগত বিভক্ত কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd