DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুটা পিষ্টলসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বাংলাদেশী নাগৰিক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2019 6:54 am
Bangladeshi-national-1140x570

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিক অনুময় চাকমা আৰু অস্ত্ৰ-শস্ত্ৰখিনি। ফটো : নৰ্থইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে সন্ধিয়া দুটা পিষ্টল আৰু চাৰিটা মেগজিনসহ এজন বাংলাদেশী নাগৰিকক ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিকজনক অনুময় চাকমা বুলি চিনাক্ত কৰা হৈছে।

নতুন বজাৰ আৰক্ষী থানাৰ এটা দলে এক অভিযানত চাকমাক গ্ৰেপ্তাৰ কৰে।

নতুন বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাপী দেববাৰ্মাই জনায় যে তেওঁলোকে আগৰতলাৰ পৰা অমৰপুৰ অভিমুখে এজন লোক অস্ত্ৰ-শস্ত্ৰসহ আহি থকাৰ বিষয়ে এক সূত্ৰৰ পৰা খবৰ লাভ কৰিছিল।

উক্ত তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে গাড়ীসমূহত তালাচী অভিযান চলায় আৰু এখন বাছৰ পৰা অস্ত্ৰ-সস্ত্ৰসহ অনুময় চাকমাক আটক কৰিবলৈ সক্ষম হয়।

‘’বাছখন উদইপুৰৰ পৰা অমৰপুৰ মহকুমাৰ কৰবুকৰ পিনে আহি আছিল,’’-দেববাৰ্মাই কয়।

পিষ্টল দুটা বিদেশত নিৰ্মিত বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

দেববাৰ্মাই কয় যে বাংলাদেশী নাগৰিকজনে আগৰতলাৰ পৰা অস্ত্ৰ খিনি ক্ৰয় কৰিছিল বুলি দাবী কৰিছে।

‘’তেওঁ উদইপুৰৰ পৰা এখন মেক্স’ বাহনত আহি তাৰপৰা বাছত উঠিছিল,’’-দেববাৰ্মাই জানিবলৈ দিয়ে।

আৰক্ষী বিষয়া দেববাৰ্মাই লগতে জনায়,’’গ্ৰেপ্তাৰ কৰা অনুময় চাকমাই সদৰী কৰিছে যে তেওঁ বাংলাদেশৰ খাগ্ৰাচাৰি জিলাৰ এজন বাসিন্দা আৰু কৰবুকত  তেওঁৰ শহুৰেকৰ ঘৰ।‘’

গ্ৰেপ্তাৰ হোৱা বাংলাদেশী নাগৰিকজনে সদৰী কৰে যে তেওঁ বাংলাদেশৰ কোনোবা বকুল চাকমাৰ পৰা পিষ্টল দুটা কিনিছিল।

‘’আৰক্ষীৰ জেৰা অব্যাহত আছে,’’-দেববাৰ্মাই জানিবলৈ দিয়ে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd