• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কোৱাৰেণ্টাইন চেন্টাৰৰ পৰা পলায়ন কৰা ত্ৰিপুৰা ৰাইফলছৰ জোৱানৰ মৃতদেহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 22, 2020 7:05 pm

1 min read

গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কোৱাৰেণ্টাইন চেন্টাৰৰ পৰা পলায়ন কৰা ত্ৰিপুৰা ৰাইফলছৰ জোৱানৰ মৃতদেহ
867
VIEWS
Share on FacebookShare on Twitter

কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰা ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ এজন জোৱানৰ মৃতদেহ আজি চিপাহীজিলাৰ তাৰাপডা গাঁৱত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

আত্মহত্যা কৰা ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ জোৱান গৰাকীৰ নাম স্বপন ত্ৰিপুৰা বুলি চিনাক্ত কৰা হৈছে।

‘‘কিছুদিন পূৰ্বে তেওঁ বিভাগীয় কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰিছিল আৰু আজি তেওঁৰ মৃতদেহ চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়,’’ চিপাহী জিলাৰ আৰক্ষী বিষয়া কৃষ্ণেন্দু চক্ৰৱৰ্তীক কয়।

‘‘আজি ৰাতিপুৱা মই ৰবৰ গছৰ বাগিচালৈ যোৱাৰ সময়তে এটা উলংগ মৃতদেহ গছত ওলমি থকা প্ৰত্যক্ষ কৰো,’’ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়।

ঘটনাটো প্ৰত্যক্ষদৰ্শীয়ে প্ৰত্যক্ষ কৰাৰ পাছতে স্থানীয় বিশ্ৰমাগঞ্জ আৰক্ষী চকীত খবৰ দিয়ে আৰু খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

Recent News

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd