DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অগ্নিদগ্ধ হৈ বোৱাৰীৰ মৃত্যু; স্বামী আৰু শাহুৱেকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2019 8:36 am
burn-dead-
2.7k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম ত্ৰিপুৰাত এগৰাকী বিবাহিত মহিলাক গাত জুই লগাই হত্যা কৰাৰ অপৰাধত বৃহস্পতিবাৰে স্বামী আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰে।

এই ঘটনাটো সংঘটিত হৈছে পশ্চিম ত্ৰিপুৰা জিলাৰ ইন্দ্ৰ নগৰৰ নোৱাগাঁৱত।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি সোমা দেবনাথ নামৰ মহিলা গৰাকীক তেওঁৰ স্বামী আৰু শাহুৱেকে মিলি জ্বলাই দিয়ে।

এই ঘটনাৰ পিছতে ভুক্তভোগী মহিলা গৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীক অভিযোগ দিয়াত আৰক্ষীয়ে মহিলা গৰাকীৰ স্বামী সুমিত আৰু মাকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

ইফালে সুমিত আৰু তেওঁৰ মাতৃয়ে সোমাক নানান ধৰণে শাৰিৰীক অত্যাচাৰ চলাইছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

‘বৃহস্পতিবাৰেও মহিলা গৰাকীক দুয়োজনে মিলি অকথ্য নিৰ্যাতন চলাইছিল। নিৰ্যাতন ইমানেই কঠোৰ আছিল যে তেওঁৰ চিঞৰ ওচৰৰ লোকে শুনিছিল’। এই ভাষ্য এজন স্থানীয় লোকৰ।

মৃত মহিলা গৰাকীৰ তিনি বছৰীয়া এটা সন্তানো আছে।

ইফালে মহিলা গৰাকীৰ মৃত্যৰ খবৰ অঞ্চলজুৰি বিয়পাৰ লগে লগে ক্ষুভিত হৈ পৰা লোক সমূহে মাক-পুতেকক উত্তম মধ্যম শোধায়।

এই ঘটনাৰ পিছতেই আৰক্ষীৰ লোক ঘটনাস্থলত উপস্থিত হৈ উত্তেজিত ৰাইজৰ মাজৰ পৰা দুয়োজনকে উদ্ধাৰ কৰে।

পশ্চিম ত্ৰিপুৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মিহিৰ লাল দাসে মাক-পুতেকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জনায়।

Recent News

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd