• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

দুৰ্ঘটনাৰ পৰা যাত্ৰীবাহী ৰেলগাড়ী ৰক্ষা কৰা স্বপন দেববৰ্মালৈ চৰকাৰী চাকৰি

by
November 30, 2018 6:26 pm
train
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা আৱশ্যম্ভাৱী ভয়াবহ দুৰ্ঘটনাৰ পৰা যাত্ৰীবাহী ৰেলগাড়ী এখনক ৰক্ষা কৰা স্বপন দেৱবৰ্মা নামৰ লোকজনক ত্ৰিপুৰা চৰকাৰে এটা চাকৰি আগবঢ়াইছে। ৰাজ্যখনৰ আইন মন্ত্ৰী ৰতন লাল নাথে ২৯ নৱেম্বৰ বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে।

স্বপন দেববৰ্মাৰ কন্যা সোমাতিৰ শিক্ষাৰ সমষ্টি দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব বুলি জানিছে। নাথে আৰু কৈছে যে বুধবাৰৰ কেবিনেটৰ বৈঠকত দেববৰ্মালৈ তেওঁৰ বীৰত্ব তথা সাহসৰ স্বীকৃতি হিচাপে চাকৰি এটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

Apply Now

স্বপন দেববৰ্মাক ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাৰ ন্যূনতম সীমা শিথিল কৰা হৈছে। উল্লেখ্য যে অনুসূচিত জনজাতিৰ বাবে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে ন্যূনতম শিক্ষাগত আৰ্হতা হৈছে অষ্টম শ্ৰেণী উত্তীৰ্ণ।

তাৎপৰ্যপূৰ্ণভাৱে দেববৰ্মাই তৃতীয় মানলৈকে অধ্যয়ন কৰিছিল কিন্তু তেওঁৰ মহৎ কামৰ প্ৰতি স্বীকৃতিৰ চিন স্বৰূপে চৰকাৰে তেওঁক চাকৰিটো আগবঢ়াইছে।

ত্ৰিপুৰাৰ ঢলাই জিলাৰ ধামচেৰাৰ বাসিন্দা স্বপন দেববৰ্মাই (৪৫) স্থানীয় বজাৰত খৰি, বাঁহগাজ, বনৰীয়া কন্দ বিক্ৰি কৰি জীৱন নিৰ্বাহ কৰিছিল। চলিত বৰ্ষৰ জুন মাহৰ ১৫ তাৰিখে তেওঁ আৰু তেওঁৰ কন্য সোমাতিয়ে মুংগিয়াকামী আৰু আম্বাছাৰ মাজৰ ৰেলপথৰ এচোৱা চিঙি থকা দেখা পায়। ধৰাসাৰ বৰষুণে ৰেলপথৰ অংশ এচোৱা উটুৱাই নিছিল।

এইদৰে ৰেলপথচোৱা চিঙি থকা দেখি আৰু পৰিদৰ্শনকাৰী দলটোক লগ পাব নে নাপায় তাক নিশ্চিত কৰিব নোৱাৰি তেওঁ আৰু তেওঁৰ কন্যাজনী তাতেই ৰৈ আছিল যাতে তেওঁলোকে সাম্ভাব্য দূৰ্ঘটনাৰ পৰা ৰেলগাড়ী ৰক্ষা কৰিব পাৰে।

তেওঁলোকে যেতিয়া ধৰমনগৰ-আগৰতলা যাত্ৰীবাহী গাড়ীখন আহি থকা দেখা পায়, তেতিয়া চালকক সংকেত দিবলৈ এটুকুৰা কাপোৰ জোঁকাৰি থাকে। চালকে যথাসময়ত ৰেলগাড়ীখন ৰখাব পৰাৰ ফলত তাত থকা ১২০০গৰাকী যাত্ৰী ৰক্ষা পৰে।

এই ঘটনাৰ পাছত দেববৰ্মাক ‘বনদেৱতা’ উপদান দিয়া হৈছে। আইন মন্ত্ৰীগৰাকীয়ে কৈছে যে দেববৰ্মা আৰু তেওঁৰ কন্যাজনী হৈছে মানুহৰ সেৱাত স্বাৰ্থহীনভাৱে জীৱন উছৰ্গা কৰা সাহসী হৃদয়ৰ মানুহৰ উদাহৰণ।

উল্লেখ্য যে ত্ৰিপুৰাৰ কেবিনেটত দেববৰ্মালৈ চাকৰি এটা আগবঢ়োৱাৰ প্ৰস্তাৱটো ঐক্যমতত পাছ হৈছে। দেববৰ্মাৰ নামটো ৰাষ্ট্ৰপতিৰ পদকৰ বাবেও পৰামৰ্শ আগবঢ়োৱা হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd