DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, December 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালাপাৰৰ কৃষ্ণাইত ট্ৰেক্টৰ আৰু ডাম্পাৰৰ দৌৰাত্ম্য; আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
February 28, 2020 5:30 pm
Tractur

ট্ৰেক্টৰে মাটি কঢ়িয়াই থকাৰ দৃশ্য

608
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অঞ্চলটোৰ বেছি সংখ্যক পথতে  সম্প্ৰতি দিনে-নিশাই ট্ৰেক্টৰ আৰু ডাম্পাৰৰত দৌৰাত্ম্যই পথচাৰীৰ ত্ৰাহিমধুসূদন দেখুৱাইছে।

যানবাহন আইন অমান্য কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে সকলো সৰু-বৰ পথত চলি থকা এই ট্ৰেক্টৰ আৰু ডাম্পাৰ সমুহক নাকি লগোৱাত কৃষ্ণাই আৰক্ষী ব্যৰ্থ হৈছে ৷

বিশেষকৈ দিনৰ ভাগত শিল-বালি তথা চেইন্ট গ্ৰেভেল কঢ়িওৱা বাহন সমুহে কৃষ্ণাই বজাৰৰ লগতে অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰিছে আনহাতে ৰাতিপুৱা শিল-বালি,চেইন্ট গ্ৰেভেল আৰু মাটি কঢ়িওৱা এই বাহন সমূহে সৃষ্টি কৰা যানযঁটৰ ফলত সাধাৰণ লোকৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও জীয়াতু ভোগ কৰিব লগা হৈছে।

আটাইতকৈ ডাঙৰ কথাটো হ’ল এই বাহন সমূহৰ ভিতৰত অধিকাংশ বাহনৰে কোনোধৰণৰ নথি-পত্ৰ নাই।

অভিযোগ অনুসৰি, এই সন্দৰ্ভত স্থানীয় লোকে বহুবাৰ অভিযোগ কৰাৰ পাছতো কৃষ্ণাই আৰক্ষীয়ে আজিলৈকে কোনো কাৰ্য্যকাৰী ব্যৱস্থা গ্ৰহণ কৰা নাই।

Recent News

Kim Jong Un

হৃদয় গলিল কিম জং উনৰ! অনুষ্ঠানৰ মাজতে চকুলো মচিলে ‘শক্তিশালী’ উনে

IPS officer surrenders

আজৱ কাণ্ড! প্ৰাক্তন মুখ্য ন্যায়াধীশৰ নামত ভুৱা ৱাটছ্এপ একাউণ্ট খুলিলে আই পি এছ বিষয়াই: কৰিলে আত্মসমৰ্পণ

Udhampur attack Hanzla Adnan killed

উধমপুৰত বি এছ এফৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাঞ্জলা আদনান পাকিস্তানত নিহত

ULFA (Independent)

আলফা (স্বাধীন)ত যোগদান ডিব্ৰুগড়ৰ সাংবাদিকৰ: ফেচবুক যোগে কৰিলে ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd