• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰী ব্যয় হ্ৰাসৰ বাবে বদ্ধপৰিকৰ ট্ৰাম্প! আমেৰিকাত ২৬ দিনত  ১০ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে হেৰুৱালে চাকৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2025 2:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী ব্যয় হ্ৰাসৰ বাবে ট্ৰাম্প প্ৰশাসনে কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পদক্ষেপৰ বাবেই যোৱা ২০ জানুৱাৰীৰ পৰা ২৬ দিনত দেশত ৯৫০০ৰো অধিক চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে। ৰয়টাৰে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল। ২০ জানুৱাৰীত শপত গ্ৰহণ কৰাৰ পিছত ট্ৰাম্পে “চৰকাৰী ব্যয় হ্ৰাস আৰু কৰ্মচাৰীৰ দক্ষতা বৃদ্ধি” নামৰ নতুন কাৰ্যালয় মুকলি কৰাৰ নিৰ্দেশ জাৰি কৰে। ইলন মাস্কক সেই বিভাগৰ মুৰব্বী নিযুক্তি দিয়া হৈছিল। কিন্তু আমেৰিকাৰ সংসদে অনুমোদন নিদিয়াৰ বাবে বিভাগটোৱে এতিয়াও মন্ত্ৰালয়ৰ মৰ্যাদা লাভ কৰা নাই আৰু মাস্কে মন্ত্ৰীৰ পৰিৱৰ্তে “উপদেষ্টা” উপাধিতে সন্তুষ্ট হ’বলগীয়া হৈছে।

Apply Now

ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ দিনাৰ পৰাই চৰকাৰী কৰ্মচাৰীৰ চাকৰিচ্যুতি আৰম্ভ হৈছিল, আৰু এতিয়া ইয়াৰ সংখ্যা প্ৰায় ১০ হাজাৰ হৈছেগৈ। চাকৰিৰ পৰা বৰ্খাস্ত হোৱাসকলৰ তালিকাত আছে গৃহ পৰিক্ৰমা, বিদ্যুৎ আৰু ইন্ধন, অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু কৃষি, স্বাস্থ্য, আৰু মানৱীয় সেৱাকে ধৰি প্ৰায় সকলো মন্ত্ৰালয়ৰ বিষয়া আৰু কৰ্মচাৰী। আৰু এই গোটেই চাকৰিচ্যুতিৰ বিষয়টো ইলন মাস্কৰ “চৰকাৰী খৰচ কৰ্তন আৰু কৰ্মচাৰীৰ দক্ষতা বৃদ্ধি”ৰ তত্বাৱধানত চলি আছে।

আমেৰিকাৰ কৰ সংগ্ৰহ কৰা চৰকাৰী সংস্থা ইণ্টাৰনেল ৰেভিনিউ চাৰ্ভিচে (আই আৰ এছ) শুকুৰবাৰে ঘোষণা কৰা অনুসৰি অহা সপ্তাহত ১০০০ৰো অধিক বিষয়া আৰু কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ জাননী দিয়া হ’ব।

ছুটীৰ উপৰিও ৭০ হাজাৰতকৈ অধিক বিষয়া আৰু কৰ্মচাৰীক ‘বাইআউট প্ৰগ্ৰেম’ বা ‘গোল্ডেন হেণ্ডশ্বেক’ৰ বলি কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি ২০ জানুৱাৰীৰ পৰা ‘বাইআউট প্ৰগ্ৰেম’ৰ অধীনত প্ৰায় ৭৫ হাজাৰ শ্ৰমিক আৰু কৰ্মচাৰীয়ে স্বেচ্ছাই চাকৰি এৰিবলগীয়া হৈছে।

কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ উপৰিও ট্ৰাম্প প্ৰশাসনে বহু চৰকাৰী বিভাগ আৰু সংস্থালৈ ধন কৰ্তন কৰিছে। ফলত সেই বিভাগ আৰু সংগঠনসমূহে অস্তিত্ব সংকটৰ সন্মুখীন হৈছে। গ্ৰাহকৰ অধিকাৰ সুৰক্ষাৰ বাবে দেশৰ চৰকাৰী সংস্থা কনজিউমাৰ ফাইনেন্সিয়েল প্ৰটেকচন ব্যুৰো ইতিমধ্যে বন্ধ হৈ থকাৰ লগতে আন কেইবাটাও সংস্থা বন্ধ হোৱাৰ উপক্ৰম হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd