• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত আন্তঃজিলা ৰচী টনা প্ৰতিযোগিতা

NE NOW NEWS ভার্গব হাজৰিকা
পুৰণিগুদাম , March 3, 2020 7:23 am

1 min read

VideoCapture_20200302-134942

ফটো : নৰ্থ-ইষ্ট নাও

110.8k
VIEWS
Share on FacebookShare on Twitter

ক্ৰীড়া ভাৰতীৰ নগাঁও জিলা সমিতিৰ উদ্যোগত তথা “টাগ অব ৱাৰ” নগাঁও সমিতিৰ সহযোগত চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত সোমবাৰে দিনজোৰাকৈ অনুষ্ঠিত হয় ৯তম সদৌ অসম আন্তঃজিলা ৰচী টনা প্ৰতিযোগিতা।

প্ৰায় এঘাৰখন জিলাৰ পৰা অহা পুৰুষ-মহিলাৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে এই ৰচী টনা প্ৰতিযোগিতা খনত।

বিধায়ক ৰাজেন বৰঠাকুৰৰ প্ৰতচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই ক্ৰীড়া ভাৰতীৰ পতাকা উত্তোলন কৰে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই। লগতে জ্যেষ্ঠ উদ্যোক্তা সকলেও নিজ-নিজ সন্থাৰ পতাকা উত্তোলন কৰা দেখা যায়।

ইয়াৰ পিছতেই জিলা বিজেপিৰ সভাপতি গৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতা খনিৰ শুভাৰাম্ভ কৰে।

ভাৰতৰ এক পৰম্পৰাগত খেল ৰূপে পৰিচিত ৰচী টনা খেলে আন্তৰ্জাতিক পৰ্য্যায়তো সম্প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালভাৱে এই প্ৰতিযোগিতা খনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰচী টনা খেলৰ বাবে অসমৰ খেলুৱৈ সকলেও যোগ্যতা অৰ্জন কৰিব বুলি আশাবাদী উদ্যোক্তা সকল।

ইফালে অতি উদ্বেগজনক ভাবে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি গৰাকীয়ে জোতা পিন্ধিয়েই ক্ৰীড়া ভাৰতীৰ পতাকা উত্তোলন কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Recent News

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

IMG-20210121-WA0033

উত্তৰ পূব কয়লা ক্ষেত্র পৰিদৰ্শন কৰি কেন্দ্র-ৰাজ্য চৰকাৰক সমালোচনা ভাৰতীয় মজদূৰ সংঘৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd