• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজৱ ঘটনা! টিউচন শিক্ষয়িত্ৰীয়ে ক্লাচ কৰাৰ চলেৰে বিয়া পাতিলে ১৩ বছৰীয়া ছাত্ৰক, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2021 5:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন ১৩ বছৰীয়া ছাত্ৰক বিয়া পাতি চৰ্চালৈ আহিছে এগৰাকী টিউচন শিক্ষয়িত্ৰী।

পাঞ্জাৱৰ জলন্ধৰৰ বস্তি বেৱা খেল নামৰ অঞ্চলত সংঘটিত হৈছে এই আজৱ ঘটনা।

Apply Now

শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰজনক বিয়া পতাৰ কাৰণটো হৈছে তেওঁৰ জন্ম কুণ্ডলীত থকা ‘মাংগলিক দোষ’সমূহৰ ৰক্ষা পোৱা।

আৰক্ষীয়ে কোৱা মতে, শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালক এটা মন্দিৰৰ পুজাৰীয়ে জনাইছিল তেওঁৰ ‘মাংগলিক দোষ’ৰ বাবে বিয়া-বাৰু এতিয়ালৈকে হোৱা নাই।

তদুপৰি যাজকজনে কৈছিল যে এটা সৰু ল’ৰাৰ স’তে তেওঁৰ প্ৰতীকী বিবাহ সম্পন্ন কৰিলে এই ‘দোষ’ৰ পৰা হাত সাৰিব পাৰিব।

সেই অনুসৰি ১৩ বছৰীয়া ছাত্ৰজনক দৰা সজা হ’ল।

টিউচন শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰজনৰ পৰিয়ালক কৈছিল যে টিউচন ক্লাচৰ বাবে ছাত্ৰজন এসপ্তাহৰ বাবে তেওঁৰ ঘৰত থাকিবলৈ দিব লাগে।

কিন্তু ছাত্ৰজন যেতিয়া এসপ্তাহৰ পাছত ঘৰলৈ যায়, তেতিয়াহে আচল ঘটনাটো মুকলি হয়।

ঘৰলৈ গৈ ছাত্ৰজনে সকলো কথা কৈ দিয়ে।

তাৰপাছত ছাত্ৰজনৰ অভিভাৱকে আৰক্ষীক ঘটনাটো অৱগত কৰে।

অভিযোগপত্ৰত কোৱা হৈছে যে শিক্ষয়িত্ৰী আৰু শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালবৰ্গই জোৰ কৰি ছাত্ৰজনক হালধি-মেহেন্দী সানি পৰম্পৰা অনুযায়ী বৈবাহিক কাৰ্য সমাপ্ত কৰিছিল।

তাৰ পাছত ফুলশয্যাতো ছাত্ৰজনক জোৰ কৰি শিক্ষয়িত্ৰীগৰাকীৰ স’তে শোওৱা হৈছিল।

পাছদিনাখনেই শিক্ষয়িত্ৰীগৰাকীক হাতৰ খাৰু ভাঙি তেওঁক বিধৱা বুলি ঘোষণা কৰা হৈছিল।

বিধৱা ঘোষণা কৰাৰ পাছত পৰিয়ালবৰ্গই পৰম্পৰা অনুযায়ী এখন শোকসভা অনুষ্ঠিত কৰিছিল।

তদুপৰি অভিযোগপত্ৰখনত কোৱা হৈছে যে পৰম্পৰা অনুযায়ী ছাত্ৰজনে কিছুমান সাংসাৰিক কামো কৰিব লগা হৈছিল।

আৰক্ষীয়ে অভিযোগপত্ৰখন গ্ৰহণ কৰাৰ পাছতে শিক্ষয়িত্ৰীগৰাকী গৈ আৰক্ষী থানাত উপস্থিত হয় আৰু বিষয়টো মিত-মাত কৰিবলৈ চেষ্টা কৰে।

তদুপৰি অভিযোগপত্ৰখন উঠাই ল’বলৈ তেওঁ ছাত্ৰজনৰ পৰিয়ালবৰ্গক জোৰ কৰে।

আৰক্ষীয়ে জনোৱামতে, অভিযোগপত্ৰখন দুই পক্ষৰ বুজা-বুজি মতে পাছত উঠাই লোৱা হয়।

আনহাতে, জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে বিষয়টোক গুৰুত্তৰ হিচাপে বিবেচনা কৰি এই সংক্ৰান্তত এটা অনুসন্ধানৰ দাবী কৰে।

জলন্ধৰৰ ডি.এছ.পি. গুৰমীত সিঙে কয় যে বিষয়টোৰ সন্দৰ্ভত বৰ্তমান অনুসন্ধান চলাই থকা আছে যিহেতু ই এটা বেআইনী বিষয়।

অৱশ্যে এতিয়ালৈকে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালবৰ্গৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd