• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোজাইত ২২ গৰাকী সংবাদকৰ্মীক সম্বৰ্ধনা সামাজিক সংস্থাৰ

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , May 18, 2020 8:42 am

1 min read

হোজাইত ২২ গৰাকী সংবাদকৰ্মীক সম্বৰ্ধনা সামাজিক সংস্থাৰ
5.6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা এই দুৰ্যোগৰ সময়তো নিজৰ বিপদৰ কথা নাভাবি সেৱা আগবঢ়াই অহা ২২ গৰাকী সংবাদ কৰ্মীক দেওবাৰে হোজাইৰ সত্যনাৰায়ন সেৱা সমিতি (SSS) -এ সম্বৰ্ধনা জনায়।

হোজাইৰ দূৰ্গাবাৰী ৰাজহুৱা হ’লত অনুষ্ঠিত উক্ত সম্বৰ্ধনা সভাত সংবাদ কৰ্মীসকলক সামাজিক দূৰত্বৰ নিয়ম মানি ৰেইনকোট, হেণ্ড-চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰা হয়।

দেশ বন্ধু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰমোদ ৰঞ্জন দাস, SSSৰ সভাপতি অশোক ভদ্ৰ আৰু সম্পাদক ৰঞ্জিত সাহাই  অনুষ্ঠানত সভাপতিত্ব কৰে।

সভাত প্ৰমোদ ৰঞ্জন দাসে কয়, ‘ক’ৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ যি সময়ত সকলোৱে আতংকিত হৈ আছে সেই সময়ত কোভিড-১৯ৰ যোদ্ধাসকলে আগবঢ়োৱা সেৱা আদৰ্শস্বৰূপ’।

ৰাইজক কোভিড-১৯ সম্পৰ্কীয় সকলোধৰণৰ খবৰ দি অহাৰ বাবে দাসে সংবাদ মাধ্যমক প্ৰশংসা কৰে।

আনহাতে SSS এগৰাকী সদস্যই তেওঁলোকে প্ৰথমতে PPE kit দিয়াৰ কথা ভাবিছিল যদিও সেয়া পাবলৈ নথকাত ৰেইনকোট প্ৰদান কৰাৰ সিদ্ধান্ত লয় বুলি জনায়।

সম্বৰ্ধনা গ্ৰহণ কৰি তাত উপস্থিত সকলো সংবাদ কৰ্মীয়ে তেওঁলোকৰ প্ৰতি জনোৱা সন্মানৰ বাবে উদ্যোগতাসকলক ধন্যবাদ জ্ঞাপন কৰে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd