• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ মাজতে মহানগৰীৰ এখন বিদ্যালয়ত এসপ্তাহত দুবাৰকৈ চোৰে চলালে লুট-পাত

ল'কডাউনৰ সুযোগ গ্ৰহণ চোৰৰ, দুবাৰ চুৰিৰ দুখনকৈ এজাহাৰ; নিৰ্লিপ্ত আৰক্ষী প্ৰশাসন!

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 28, 2020 9:17 pm

1 min read

LP School
477
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ মাজতে মহানগৰীৰ খানাপাৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত এসপ্তাহত সংঘটিত হৈছে দুবাৰকৈ চুৰি কাণ্ড।

ল’কডাউনৰ সুযোগ গ্ৰহণ কৰি দুবাৰকৈ চোৰে লুটি নিলে বিদ্যালয়ৰ বহু সামগ্ৰী।

যোৱা ২২ এপ্ৰিলৰ নিশা বিদ্যালয়খনৰ পৰা চোৰে কেইবাখনো ফেন, কিছু বাচন বৰ্তন আৰু দুটাকৈ ভাৰত গেছৰ চিলিণ্ডাৰ চুৰ কৰি লৈ যায়। এই কথা আমাৰ সাংবাদিকক জানিবলৈ দিয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ভানুমতী মেধিয়ে।

তাৰ পাছতে যোৱা ২৩ এপ্ৰিলৰ দিনা দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে।

ইপিনে এই চুৰি কাৰ্য সংঘটিত হোৱাৰ তিনিদিন পাছতে অৰ্থাৎ ২৬ এপ্ৰিলৰ দিনা নিশা বিদ্যালয়খনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে আনি থোৱা ৫ কুইণ্টল(১০ বস্তা) চাউল চুৰি কৰি লৈ যায়।

চুৰি হোৱাৰ পাছত আজি পুনৰ দিছপুৰ থানাত এজাহাৰ কৰে প্ৰধান শিক্ষয়িত্ৰীয়ে।

এজাহাৰ দাখিল কৰাৰ পাছত দুয়োবাৰে দিছপুৰ আৰক্ষীৰ এটা দলে বিদ্যালয় পৰ্যবেক্ষণ কৰিয়ে যেন নিজৰ দায়িত্ব সামৰিছে।

বৰ্তমানলৈকে চুৰি কাৰ্যৰ লগত জড়িত কাকোৱেই আটক কৰিবলৈ সক্ষম হোৱা নাই দিছপুৰ আৰক্ষী।

২৪x৭ নিৰাপত্তাৰক্ষী বা আৰক্ষীয়ে গিজ-গিজাই থকা মহানগৰীত এসপ্তাহত এখন বিদ্যালয়ৰ পৰা দুবাৰকৈ চুৰি হোৱা ঘটনাই উদঙাই দিছে নিৰাপত্তাৰ ফোপোলাস্বৰূপ।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd