• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বানপানীৰ মাজত ট্ৰেন্সফৰ্মাৰ মেৰামতি কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু AIRTELৰ দুগৰাকী কৰ্মচাৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 16, 2019 1:30 pm

1 min read

AIRTEL worker

মৃত্যু হোৱা কৰ্মচাৰী দুগৰাকী। ফটো সৌজন্য-নিউজ ১৮ অসম নৰ্থ-ইষ্ট

1.9k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্য বানপানীৰ কবলত ককবকাই থকাৰ সময়তে বিহপুৰীয়াৰ দংগীবিলত টেলিকম প্ৰতিষ্ঠান এয়াৰটেলৰ দুগৰাকী কৰ্মী বিদ্যুস্পৃষ্ট হৈ মৃত্যুক সাবতিব লগা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা কৰ্মচাৰী দুগৰাকী বঙালমৰাৰ দৌলতপুৰৰ মঞ্জুৰ হুছেইন আৰু তফিজুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি বিহপুৰীয়াত বানপানীৰ ফলত এয়াৰটেলৰ টাৱাৰ সংযোগ হৈ থকা ট্ৰেন্সফৰ্মাৰৰ কিবা বিজুটি ঘটিছিল। এই যান্ত্ৰিক বিজুটি দূৰ কৰাৰ বাবে এয়াৰটেলৰ দুয়োগৰাকী কৰ্মচাৰীয়ে পানীৰ মাজত ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰি আছিল আৰু মেৰামতি কৰি থকা সময়তে বিদ্যুৎস্পৃষ্ট হৈ দুয়োগৰাকী কৰ্মচাৰীৰ থিতাতে মৃত্যু হয়।

উল্লেখযোগ্য যে, মৃত্যু হোৱা এয়াৰটেলৰ দুয়োগৰাকী কৰ্মচাৰীয়ে প্ৰতিষ্ঠানটোত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰিছিল।

পৰিয়ালৰ লগতে স্থানীয় লোকে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি খবৰ লাভ কৰা হৈছে।

অসম চৰকাৰৰ তৰফৰ পৰা বানপানীৰ সময়ত বিদ্যুৎ পৰিবাহী তাৰ, খুটা আদিৰ পৰা বাৰম্বাৰ জনসাধাৰণক আতৰত থকাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি অহাৰ পাছতো এয়াৰটেলৰ কৰ্মী দুগৰাকীয়ে এনেদৰে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাত প্ৰতিষ্ঠানটোৰ দায়বদ্ধতাৰ ওপৰত জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে।

Recent News

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd