• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চোৰৰ পৰা সাৰি নগ’ল ষ্ট্ৰীট লাইটৰ বেটাৰিয়েও; জাগুনত দুজনক আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 18, 2018 8:26 pm
arrested-680x365

প্ৰতিনিধিত্বমূলক ফটো

127
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকী অন্তৰ্গত জাগুন-মেও সংযোগী পথৰ অসম-অৰুণাচল সীমান্তত ষ্ট্ৰীট লাইটৰ বেটাৰি চুৰি কৰি আৰক্ষীৰ হাতত আটক হ’ব লগা হ’ল জাগুনৰ দুই গভাইত চোৰ।

আটকাধীন যুৱকদ্বয়ক ক্ৰমে জাগুন কাৰপুং পুলি গাঁৱৰ ফুলেশ্বৰ বৰগোঁহাই (২৩), আৰু জাগুন পাৰ্বতীপুৰৰ দীপক সোণোৱাল (২৬) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, যোৱা নিশা ধৃত চোৰ দুজনে জাগুন-মেও সংযোগী পথত ৪টাকৈ ষ্ট্ৰীট লাইটৰ বেটাৰি চুৰ কৰি ডেম্পত বিক্ৰী কৰিবলৈ যোৱাৰ অৱস্থাতে জাগুন আৰক্ষীয়ে বেটেৰিসহ তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়।চোৰ দুগৰাকীয়ে ডেম্পৰ মালিকক চুৰি কৰা বেটেৰি কেইটা বিক্ৰী কৰিবলৈ যোৱাত মালিকজনৰ সন্দেহ ওপজাত লগে লগে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰে আৰু পিছত আৰক্ষীয়ে ডেম্পত উপস্থিত হৈ চোৰ দুজনক আটক কৰি আৰক্ষী চকীলৈ লৈ আনে।

জাগুন আৰক্ষীয়ে চোৰ দুজন অঞ্চলটোত সংঘটিত হৈ অহা বিভিন্ন চুৰি কাৰ্য্যৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তত ষ্ট্ৰীট লাইটৰ বেটেৰি চুৰি হৈ আহিছিল। সম্প্ৰতি জাগুন আৰক্ষীয়ে ধৃত চোৰ দুটাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা চলাই আছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd