• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰত দুজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2022 10:13 am
Assam Vineet Bagaria suicide
179
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰা ডিব্ৰুগড়ত পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ সন্দৰ্ভত অসম আৰক্ষীয়ে শুকুৰবাৰে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

বৈদুল্লা খান আৰু নিশান্ত শৰ্মা নামৰ লোক দুজনক পশু অধিকাৰ কৰ্মী বিনীত বাগাৰিয়াৰ আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষীৰ এটা দলে তেওঁলোকক লামডিঙৰ পৰা গ্ৰেপ্তাৰ কৰে। আনহাতে আন দুজন অভিযুক্ত সঞ্জয় শৰ্মা আৰু ইজাজ খান এতিয়াও পলাতক অৱস্থাত আছে।

উল্লেখ্য যে বৃহস্পতিবাৰে বিনীত বাগাৰিয়াই ডিব্ৰুগড়ৰ শনি মন্দিৰ ৰোডত থকা তেওঁৰ বাসগৃহত আত্মহত্যা কৰিছিল। যুৱকজনৰ মৃত্যুৱে ডিব্ৰুগড় চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

শুকুৰবাৰে স্থানীয় লোকে ডিব্ৰুগড় আৰক্ষী থানাৰ সন্মুখত বাগাৰিয়াৰ আত্মহত্যাৰ আঁৰত থকা অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবীত এক ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

প্ৰতিবাদকাৰী লোকসকলে ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে গোচৰটোৰ সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ অবিযোগ তুলি থানাৰ দায়িত্বত থকা বিষয়াজনক নিলম্বনৰ দাবী জনাইছিল।

বিনীতৰ মৃতদেহৰ সৈতেও স্থানীয় ৰাইজে ডিব্ৰুগড়ৰ ৰাজপথত ন্যায়ৰ দাবীত এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াইছিল।

মৃত্যুৰ পূৰ্বে বিনীতে এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল। ভিডিঅ’টোত বিনীতে বৈদুল্লা খান, সঞ্জয় শৰ্মা আৰু নিশান্ত শৰ্মাৰ বিৰুদ্ধে কিছু ভাড়াৰ সম্পত্তিৰ বাবে তেওঁক আৰু তেওঁৰ পৰিয়ালক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

বিনীতৰ পিতৃ কৈলাশ কুমাৰ বাগাৰিয়াই বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড় আৰক্ষী থানাত তেওঁৰ পুত্ৰৰ মৃত্যুৰ বাবে দায়ী তিনিজন ব্যক্তিৰ নাম দি এখন এজাহাৰ দাখিল কৰিছিল।

উল্লেখ্য যে বিনীত এনিমেল ৱেলফেয়াৰ পিপল (এডব্লিউপি) নামৰ এক বেচৰকাৰী সংগঠনৰ সহ-প্ৰতিষ্ঠাপক আছিল। এই সংস্থাটোৱে পথৰ কুকুৰৰ যত্নৰ দায়িত্ব লৈছিল। জীৱ-জন্তুৰ প্ৰতি থকা অফুৰন্ত প্ৰেমৰ বাবে বিনীত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল।

সূত্ৰ অনুসৰি যোৱা কেইবাবছৰ ধৰি বিনীতৰ পৰিয়াল আৰু বাইদুল্লা খানৰ মাজত বিবাদ চলি আছে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd