• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেঙেৰী হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
October 24, 2019 11:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৯ অক্টোবৰত তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষীৰ থানাৰ অধীনৰ খাটাংপানী চাহ বাগিছাত সংঘটিত হত্যাকাণ্ডৰ সৈতে জড়িত দুজন ব্যক্তিক পেঙেৰী আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোকদুজনক খাটাংপানী চাহ বাগিছা অঞ্চলৰ বিৰাল উৰাং (৪০) আৰু ধৰম সিং উৰাং (৩৫) বুলি চিনাক্ত কৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে যোৱা ২০ অক্টোবৰৰ চাহ জনগোষ্ঠীয় ৰাইজৰ পৱিত্ৰ অনুষ্ঠান কৰম পূজাৰ মাজতে খাটাংপানী চাহ বাগিছাত ৰঞ্জিত গোৱালা নামৰ এজন ১৬ বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছিল।

লগতে পঢ়ক : কৰম সন্মিলনৰ মাজতে কিশোৰৰ উলংগ মৃতদেহ উদ্ধাৰ; পেঙেৰীত চাঞ্চল্য

অভিযানৰ নেতৃত্ব দিয়া তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক সমৰজ্যোতি ভুঞাই কয়, ‘শনিবৰে সংঘটিত এগৰকী কিশোৰৰ হত্যাকাণ্ডত জড়িত ২জন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছো।‘

আনহাতে উক্ত হত্যাকাণ্ডত জড়িত থকা আন এগৰাকী ব্যক্তিয়ে যোৱা দেওবাৰে আত্মহত্যা কৰে বুলি ভুঞাই লগতে কয়। আত্মহত্যা কৰা লোকজনৰ নাম জগত গগৈ (৪০)।

হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰি অভিযুক্ত ধৰম সিং উৰাঙে কয় যে পাৰিশ্ৰমিক সম্পৰ্কীয় এক বিবাদক লৈ সূত্ৰপাত হোৱা কাজিয়াৰ পিছতে কিশোৰ গৰাকীক হত্যা কৰা হয়।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা ব্যক্তি দুজনক ভাৰতীয় দণ্ডবিধিৰ ৩০২ নং ধাৰা অধীনত গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছে।

তাৎক্ষণিক ব্যৱস্থা লৈ হত্যাকাৰী কেইজনক গ্ৰেপ্তাৰ কৰাৰ বাবে সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা (আটছা)ৰ পেঙেৰী আঞ্চলিক সমিতিয়ে আৰক্ষীক ধন্যবাদ জনায়।

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd