• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না প্ৰতিৰোধী যুঁজৰ যোদ্ধা আশাকৰ্মীক সম্বৰ্ধনা প্ৰখ্যাত মূকাভিনয় শিল্পী কুলদীপ পাটগিৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2020 7:02 am
44af235d-c8e6-42b0-8e1d-6c1b655e49f5

ফটো : নৰ্থ-ইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

বহাগ বিহুৰ প্রথম দিনা বজালী অঞ্চলৰ পাঠশালাৰ পৰা ২০ কিলোমিটাৰ ভিতৰৰ হকাৰটুপ আৰু দালিমৰ ভিঠা গাঁৱৰ ক’ৰ’না সংগ্রামৰ প্রথম শ্রেণীৰ সেনা আশা কৰ্মী সকলক ফুলাম গামোচাৰে অভিন্দন জনোৱাৰ লগতে খাদ্য সামগ্রী বিতৰণ কৰে অসম মাইম আৰু স্কীট থিয়েটাৰ পৰিচালক তথা সংগীত নাটক অকাডেমিৰ ওস্তাদ বিসমিল্লাহ খান যুৱ বটা প্রাপক কুলদীপ পাটগিৰীয়ে।

উল্লেখ্য যে এই আশাকৰ্মীসকলে বহিঃৰাজ্যৰ পৰা আহি হোম কোৱাৰেন্টাইনত থকা কেইবাজনো ব্যক্তিৰ নিৰীক্ষণৰ দ্বায়িত্বত আছিল৷

সম্বৰ্ধনা গ্রহণ কৰি আশা কৰ্মী প্রেমদা দাস আৰু ফুলকুমাৰি ৰয়ে জীৱনত প্রথম বাৰৰ বাবে পোৱা সম্বৰ্ধনাই তেওঁলোকক উৎসাহেৰে ক’ৰ’নাৰ বিৰুদ্ধে কাম কৰাত অনুপ্রাণিত কৰিব বুলি মন্তব্য আগবঢ়ায়।

আনহাতে ডালিমৰভিঠা উপ স্বাস্থ্য কেন্দ্রৰ বহুমুখী স্বাস্থ্য কৰ্মী প্রফুল্ল উজীৰে ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি থকা কামত নিয়োজিত হৈ থকা বাবে তেওঁকো সম্বৰ্ধনা জনায়।

ইয়াৰ উপৰি অসম মাইম আৰু স্কীট থিয়েটাৰে বজালী অঞ্চলৰ কেইবাজনো মানসিকভাবে বিকাৰগ্রস্ত ব্যক্তিৰ পৰিয়ালক খাদ্য সামগ্রী বিতৰণ কৰে।

ৰাতিপুৱাৰ ভাগত বজালী মহকুমাৰ আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ বৰাকো ফুলাম গামোচাৰে অভিন্দন জনায়।

উল্লেখ্য যে অসম মাইম আৰু স্কীট থিয়েটাৰে ক’ৰোনা ভাইৰাছৰ পৰা জনসাধাৰণক সজাগ কৰাৰ বাবে ‘জনতা কাৰফিউ’ শীর্ষক চুটী ছবিও নিৰ্মাণ কৰিছে।

মুকাভিনয়ৰে নিৰ্মাণ কৰা চুটী ছবিখনৰ কাৰিকৰী পৰিচালনা কৰিছে শৈলেন কাকতিয়ে আৰু পৰিচালনা কৰিছে কুলদীপ পাটগিৰীয়ে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd