• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ল’কডাউন; ফেইচবুকত প্ৰচাৰিত এক ভিডিঅ’ যোগে অসমৰ দুটি শিশুৱে লাভ কৰিছে ৰাষ্ট্ৰজোৰা খ্যাতি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 15, 2020 4:08 pm

1 min read

index.jpg2
2.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ দুটি শিশুৰ এটি অভিনৱ ভিডিঅ’এ ৰাষ্ট্ৰীয়জোৰা প্ৰচাৰৰ লগতে খ্যাতি লাভ কৰিছে।

ইমানেই নহয় ভিডিঅ’টোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটো চৰ্চা লাভ কৰা দেখা গৈছে।

দেশজোৰা ল’কডাউনৰ ফলত ঘৰতে আৱদ্ধ হৈ পৰা দুটি শিশুৱে এটা অভিনৱ কনচেপ্টেৰে এটা ভিডিঅ’ কৰি সামাজিক মাধ্যম ফেইচবুকত শ্বেয়াৰ কৰিছিল। ইয়াৰ পাছতে উক্ত ভিডিঅ’টো সমগ্ৰ দেশজুৰি ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত ছোৱালীজনীয়ে ডিব্ৰুগড় আঁনাতাৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত হেমন্ত দত্তৰ ৰচিত আৰু নাছৰিণ হালিমে কণ্ঠদান কৰা ‘এই হাঁহি ভাল লাগে, কিয় জানো ভাল লাগে’ শীৰ্ষক জনপ্ৰিয় গীতটো পৰিৱেশন কৰিছে।

তাইক গীতটোত কাৰ্ডব’ৰ্ড আৰু বাঁহেৰে নিৰ্মিত বাদ্যযন্ত্ৰৰে এটি শিশুৱে বাদ্য সংগত কৰা দেখা গৈছে।

ভাইৰেল হৈ পৰা এই অভিনৱ ভিডিঅ’টোৰ সন্দৰ্ভত দ্য ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰশংসা কৰি বাতৰি প্ৰকাশ কৰিছে।

Recent News

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে, ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd