• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাৰ্কাছ, ষ্টান্টৰ পৰিণতি! এইবাৰ আৱাহন থিয়েটাৰত অঘটন, ফটকাৰ বিস্ফোৰণত আহত দুই দৰ্শক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2024 10:43 am
আহৱান থিয়েটাৰৰ মঞ্চত আতচবাজিৰ ফিৰিঙতি পৰি আহত হয় দুগৰাকী দৰ্শক।

আহৱান থিয়েটাৰৰ মঞ্চত আতচবাজিৰ ফিৰিঙতি পৰি আহত হয় দুগৰাকী দৰ্শক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভ্ৰাম্যমান থিয়েটাৰে পৰাম্পৰাগত নাট প্ৰদৰ্শনৰ পৰা আঁতৰি আহি বলীউদী চলচ্চিত্ৰৰ আৰ্হিত ষ্টান্ট প্ৰদৰ্শনৰ প্ৰতিযোগিতা আৰু ছাকাৰ্ছৰ সমাহাৰ ঘটাবলৈ যোৱাৰ ফলত শিল্পী-কুশলীৰ লগতে দৰ্শকেও তাৰ পৰিণাম ভূগিব লগা হৈছে।  

এইবাৰ ৰাজ্যৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল আহৱান থিয়েটাৰৰ মঞ্চত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আৱাহনৰ ‘মেডাম মেনকা’ নাটখন মঞ্চস্থ কৰাৰ সময়তে সংঘটিত হয় অঘটন।

শনিবাৰে পাঠশালাত আৱাহনৰ মঞ্চত প্ৰস্তুতি পৰাশৰে বুলেট চলাই প্ৰৱেশ কৰাৰ সময়তে ফুটোৱা আতচবাজিৰ ফিৰিঙতি পৰি দুগৰাকী দৰ্শক আহত হয়।

Apply Now

ফটকাৰ বিস্ফোৰণত আঘাতপ্ৰাপ্ত হয় এগৰাকী মহিলা আৰু এজন যুৱক। আহত মহিলাগৰাকীৰ নাম জোনালী কলিতা(৩৬) বুলি জানিব পৰা গৈছে। এই ঘটনাত আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম নিশান্ত দাস।

লগতে পঢ়কঃ জনতাৰ দৰবাৰত গিৰিৰাজক যুৱকৰ ঘোচা! ‘বিৰোধী ষড়যন্ত্ৰ’ দেখিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

ততাতৈয়াকৈ আহত মহিলাগৰাকীক স্থানীয় সতীশ শৰ্মা মেমৰিয়েল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। যুৱকজনে সামান্য আঘাত পোৱা বুলি জানিব পৰা গৈছে।

ইপিনে, এই ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাতো আয়োজক সমিতি তথা  থিয়েটাৰ কৰ্তৃপক্ষই গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে। ঘটনাৰ পিছতে কিছুসময়ৰ বাবে নাট পৰিৱেশনো বন্ধ কৰি দিয়া হয়।

উল্লেখ্য যে কেইদিনমান পূৰ্বে আন দুখন ভ্ৰাম্যমান থিয়েটাৰত সংঘটিত হোৱা ঘটনাত জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু শামন্তিকা শৰ্মাৰ লগতে আন কেইবাজনো দৰ্শক আহত হৈছিল। এইবাৰ পুনৰ আৱাহন থিয়েটাৰত সংঘটিত হ’ল অনুৰূপ ঘটনা।

লগতে পঢ়কঃ ম্লান পৰিল মোহনবাগান! ডুৰাণ্ড কাপৰ ফাইনেলত টাইব্ৰেকাৰত স্বপ্নভংগ, চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড

ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত বলিষ্ঠ নাটকৰ অভাৱৰ পৰিপ্ৰেক্ষিততে ষ্টান্ট-ছাৰ্কাছৰ দৰে সস্তীয়া মনোৰঞ্জনৰ আমদানি ঘটোৱা বুলি ইতিমধ্যে চৰ্চিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd