• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনতাৰ দৰবাৰত গিৰিৰাজক যুৱকৰ ঘোচা! ‘বিৰোধী ষড়যন্ত্ৰ’ দেখিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2024 9:55 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং নিজৰ লোকসভা সমষ্টিতে জনতাৰ দৰবাৰত অংশগ্ৰহণ কৰাৰ সময়ত আক্ৰমণৰ বলি হয়। এজন যুৱকে মন্ত্ৰীগৰাকীক ঘোচা মাৰিবলৈ খেদি আহিছিল। অৱশ্যে আক্ৰমণৰ পূৰ্বে নিৰাপত্তাৰক্ষীয়ে যুৱকজনক কৰায়ত্ত কৰে। এই ঘটনাত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱকজনক। এই ঘটনাৰ আঁৰত বিৰোধীৰ ষড়যন্ত্ৰ দেখিছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে।

জানিব পৰা মতে, শনিবাৰে গিৰিৰাজ সিঙে তেওঁৰ লোকসভা সমষ্টি বেগুছৰাইৰ বালিয়াত ‘জন দৰবাৰ’ৰ আয়োজন কৰে। সেই সময়ত হঠাৎ তাত এজন যুৱকৰ আবিৰ্ভাৱ হ’ল। কোনোৱে একো বুজি পোৱাৰ আগতেই মাইকটো হাতত লৈ গিৰিৰাজৰ বিষয়ে অসংযত কথা ক’বলৈ ধৰিলে।

লগতে পঢ়কঃ ম্লান পৰিল মোহনবাগান! ডুৰাণ্ড কাপৰ ফাইনেলত টাইব্ৰেকাৰত স্বপ্নভংগ, চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড

Apply Now

বিজেপি নেতাই তেওঁক বাধা দিবলৈ চেষ্টা কৰাত তেওঁ গিৰিৰাজৰ ফালে দৌৰি গৈ ঘুচা মাৰিবলৈ চেষ্টা কৰে। অৱশ্যে তাৰ পূৰ্বে নিৰাপত্তাৰক্ষীয়ে অভিযুক্তক আটক কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে। জানিব পৰা মতে অভিযুক্ত যুৱকজনৰ নাম মহম্মদ ছফী। তেওঁ এটা ৰাজনৈতিক দলৰ সদস্য হিচাপেও পৰিচিত।

ইফালে আক্ৰমণৰ ঘটনাৰ পিছত গিৰিৰাজে কয় যে এই ঘটনা অতি দুখজনক। হয়তো আক্ৰমণকাৰীৰ মুখখন দেখাৰ পিছত তেজস্বী আৰু অখিলেশ তেওঁৰ সমৰ্থনত আগবাঢ়ি আহিব। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তদুপৰি গিৰিৰাজৰ ঘনিষ্ঠসকলৰ দাবী যে এই আক্ৰমণৰ চেষ্টা সত্ত্বেও মন্ত্ৰীগৰাকী বৰ্তমান সুস্থ। ঘটনাৰ পিছত তেওঁৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

লগতে পঢ়কঃ সময়ৰ শৰ সময়ত! নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত বিঘাই বিঘাই মাটি কিনিলে ৰিণিকী ভূঞা শৰ্মাই

ইপিনে, এই ঘটনাৰ পিছত গিৰিৰাজে বিৰোধীৰ বিৰুদ্ধে সৰৱ হৈ কয়, “গিৰিৰাজ সিঙে এনে লোকক ভয় নকৰে।” বিহাৰৰ ৱাকফ ব’ৰ্ডক আক্ৰমণ কৰাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে মাটি দখলৰ অভিযান আৰম্ভ কৰিছে। য’তেই ইচ্ছা মাটি কাঢ়ি লোৱা হৈছে। বেগুছৰাইকে ধৰি সমগ্ৰ দেশতে একে ঘটনা সংঘটিত হৈছে। দেশত হিন্দুসকলে কেতিয়াও সংঘৰ্ষ কৰা নাই। কিন্তু ৰাম নৱমীৰ পৰা আৰম্ভ কৰি সকলো ধৰ্মীয় তীৰ্থযাত্ৰাত আক্ৰমণ চলি আছে। ৰাহুল গান্ধী, তেজস্বী, অখিলেশ সদায় এনে মানুহৰ ৰক্ষক হৈ থাকে।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd