DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পল্লৱী বুঢ়াগোঁহাইৰ ‘কুঁহিপাতৰ বীণ’ আৰু বীণাপাণি ডেকাৰ ‘ঋতুস্নাতাৰ সেউজ মন’ কাব্যগ্ৰন্থ উন্মোচন

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
January 10, 2022 7:25 am
WhatsApp Image 2022-01-09 at 6.36.07 PM

ফটো: নৰ্থইষ্ট নাও।

199
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে তিনিচুকীয়াৰ পানীতোলাৰ জেৰাই চকলি ভৰীয়া প্ৰাথমিক বিদ্যালয়ত দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন কৰা হয়।

নৱপ্ৰজন্মৰ লেখিকা পল্লৱী বুঢ়াগোঁহাইৰ ‘কুঁহিপাতৰ বীণ’ আৰু বিশিষ্ট কবি লেখিকা বীণাপাণি ডেকাৰ ‘ঋতুস্নাতাৰ সেউজ মন’ নামৰ দুখন কাব্যগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী বিমল বৰুৱাই।

পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ অনিল গোঁহাইয়ে সভাপতিত্ব কৰা কাব্যগ্ৰন্থ উন্মোচনী সভাত অৱসৰপ্ৰাপ্ত শিক্ষক দুৰ্গানাথ উজিৰ, সদৌ অসম মটক সন্মিলনৰ উপ সভাপতি গৌৰিকান্ত গোঁহাই, বিচিত্ৰতাৰ ধৰণী সংঘৰ সভাপতি কিৰণ গগৈ, শিল্পী দেবেন গোঁহাই, জিলা পৰিষদৰ সদস্যা তথা বিশিষ্ট সমাজসেৱিকা জোস্না মৰাণ, সমাজ সেৱক মিন্তু ফুকনকে ধৰি বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে কিছুদিন পূৰ্বে নৱপ্ৰজন্মৰ কবি লেখিকা পল্লৱী বুঢ়াগোঁহাই আৰু বিশিষ্ট  কবি লেখিকা বীণাপাণি ডেকাই যুটীয়াভাৱে দুটামান সেউজীয়া সপোন নামৰ এখনি কাব্যগ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছিল। 

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd