• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিবুধিত চিকিৎসা বিজ্ঞানী: চীনত পুনৰ ক’ৰ’ণাত আক্ৰান্ত দুগৰাকীকৈ ৰোগমুক্ত লোক!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2020 5:35 pm
Story-6-25-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক ক’ৰ’ণা ভাইৰাছত যিসকল লোক আক্ৰান্ত হৈ ৰোগমুক্ত হৈছে তেওঁলোকে পুনৰ এই ৰোগ বিধত আক্ৰান্ত হোৱাৰ তিলমানো আশংকা নাই বুলি বিজ্ঞানী সকলে কৈ আহিছে যদিও শেহতীয়াকৈ চীনত ইয়াৰ ব্যতিক্ৰম ঘটিছে।

ক’ৰ’ণা ভাইৰাছৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱা চীনত এতিয়া ৰোগ বিধ নিয়ন্ত্ৰণলৈ আহিছে যদিও দেশখনত পুনৰ দুগৰাকীকৈ কোভিডৰ পৰা মুক্ত হোৱা লোক পুনৰ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথাই আচৰিত কৰি তুলিছে চিকিৎসা বিজ্ঞানী সকলক।

Apply Now

দেশখনৰ হুবেই প্ৰদেশৰ এগৰাকী ৬৮ বছৰীয়া মহিলা ক’ৰ’ণাত আক্ৰন্ত হৈছিল ছমাহ পূৰ্বে।

ৰোগ বিধৰ পৰা মুক্তি লাভ কৰা মহিলা গৰাকী পুনৰ কোভিডত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে।

একেদৰে ছাংহাইৰ এজন লোক এপ্ৰিল মাহতে কোভিডত আক্ৰান্ত হৈ ৰোগ মুক্ত হৈছিল যদিও তেওঁৰ দেহতো পুনৰ ধৰা পৰিছে ক’ৰ’ণাৰ উপস্থিতি।

পূৰ্বে চিকিৎসা বিজ্ঞানী সকলে কৈ আহিছিল যে এবাৰ ক’ৰ’ণাত আক্ৰান্ত হৈ ৰোগ মুক্ত হোৱা লোকৰ দেহত ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা এণ্টিবডিৰ সৃষ্টি হয় আৰু সেইবাবে তেওঁ পুনৰ ক’ৰ’ণাত আক্ৰান্ত নহয়।

কিন্তু চিকিৎসা বিজ্ঞানীৰ এনে ঘোষণাক অসাৰ প্ৰতিপন্ন কৰি চীনত দুজনকৈ ক’ৰ’ণামুক্ত লোক পুনৰ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথাই সমগ্ৰ বিষয়টোকে জটিল কৰি তুলিছে।

দক্ষিণ কোৰিয়াৰ বিশেষজ্ঞই কৰা মন্তব্য অনুসৰি যি দুগৰাকী লোকৰ দেহত ক’ৰ’ণা ভাৰিাছ পোৱা গৈছে সেয়া হয়তো তেওঁলোকৰ দেহত ৰৈ যোৱা মৃত ভাইৰাছ হ’ব পাৰে,যাৰ পৰা কোনো লোক সংক্ৰমিত নহয়।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd