DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈত আলটাফ মজিদ সোঁৱৰণী চুটি বোলছবি মহোৎসৱৰ সফল সামৰণি 

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
November 12, 2018 9:23 pm
IMG-20181112-WA0051

ফটো : নৰ্থ-ইষ্ট নাও

275
VIEWS
Share on FacebookShare on Twitter

মঙলদৈ জীপচী গিল্ডৰ উদ্যোগত আলটাফ মজিদৰ সোঁৱৰণত  দুদিনীয়াকৈ অনুষ্ঠিত চুটি বোলছবি মহোৎসৱৰ দেওবাৰে নিশা সফল সামৰণি পৰে।

প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালিকা ডাঃ সান্তনা বৰদলৈয়ে উদ্বোধন কৰা এই চুটি বোলছবি মহোৎসৱত সত্যজিৎ ৰায়ৰ ‘অনুকুল’, নবজোৎ গুলাটীৰ ‘জয় মাতা দি’, নিৰজ জ্ঞানৰ ‘জুইচ’, ৰাকেশ চাংখেৰ ‘এম জি ৰোড’, দিব্যনাছ পণ্ডিতৰ ‘লালন ফ্ৰম এলাহাবাদ’, এচ ৰাজৰ ‘বেলেঞ্চ’ আৰু পাৰ্থমেচ কৃচাঙৰ ‘ওৱান লাষ্ট কুৱেশ্যন’ নামৰ চুটি ছবি কেইখন প্ৰদৰ্শন কৰা হয়।

উল্লেখযোগ্য যে, ১০ নৱেম্বৰত জিপচী গীল্ডৰ সম্পাদক জয়ন্ত ডেকাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত নাট্যকাৰ-পৰিচালক নয়ন প্ৰসাদ, আলটাফ মজিদৰ সহধৰ্মিনী জেবিন আহমেদ, বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা হেমন্ত দত্ত আদি উপস্থিত থাকে।

জিপচী গীল্ডৰ নিজা প্ৰেক্ষাগৃহত হোৱা এই মহোৎসৱত দৰ্শকৰ উপস্থিতি আছিল আশাব্যঞ্জক। ইফালে এই মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত আলতাফ মজিদৰ প্ৰতিচ্ছবি অংকনৰ ৰাজ্যিক ভিত্তিক অনলাইন শাখাত মঙলদৈৰে অজিত বনিয়াই আৰু থিতাতে অংকন শাখাত ভকতপাৰাৰ ৰমজান আলীয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰে।

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd