DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বৰ চকু থৰ! আইফেল টাৱাৰ বগাই ওপৰতে শুই পৰিল দুই মাতাল আমেৰিকান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2023 4:35 pm
Eiffel Tower
3.3k
VIEWS
Share on FacebookShare on Twitter

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ পেৰিছৰ আইফেল টাৱাৰ। প্ৰতিদিনে অসংখ্য লোক বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শন কৰিবলৈ যায় আইফেল টাৱাৰ। এনে দুই পৰ্যটকৰে আজৱ কাণ্ডই শেহতীয়াকৈ তীব্ৰ চৰ্চা লাভ কৰিছে।

যোৱা সোমবাৰে আইফেল টাৱাৰৰ ওপৰত নিদ্ৰাৰত অৱস্থাত উদ্ধাৰ হৈছে এই দুই মাৰ্কিন পৰ্যটক। আইফেল টাৱাৰৰ অপাৰেটৰ কৰ্মীয়ে জানিবলৈ দিয়া মতে, পুৱা ৯ বজাত মুকলিৰ পূৰ্বেই নিৰাপত্তাৰক্ষীয়ে দুই পৰ্যটকক টোপনিৰ পৰা জগাই দিয়ে।

দুই পৰ্যটকে পিছত নিৰাপত্তাৰক্ষীৰ আগত অত্যধিক মদ্যপান কৰাৰ বাবেই তেওঁলোক এইদৰে শুই পৰা বুলি স্বীকাৰ কৰে। দুয়ো টাৱাৰৰ দ্বিতীয় আৰু তৃতীয় স্তৰৰ মাজত গোটেই নিশা পাৰ কৰে।

অৱশ্যে মাৰ্কিন পৰ্যটক দুগৰাকীৰ এনে কাৰ্যৰ পৰা কোনো ধৰণৰ শংকাজনক ভাবুকি নাছিল বুলি নিৰাপত্তাৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ এক সূত্ৰই উল্লেখ কৰা মতে, দেওবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১০:৪০ বজাত প্ৰৱেশ টিকটৰ বাবে ধন দিয়াৰ পিছত টাৱাৰৰ ওপৰৰ পৰা চিৰিৰে নামি যোৱাৰ সময়ত দুয়ো নিৰাপত্তাৰক্ষীৰ দৃষ্টিৰ পৰা ষাৰি যায়।

আৰক্ষীৰ সূত্ৰটোৱে লগতে উল্লেখ কৰা মতে পুৱা দুয়ো ব্যক্তিক ওপৰত উদ্ধাৰ কৰাৰ পিছত দুয়োকে তললৈ নমাই অনাৰ উদ্দেশ্যে বিশেষজ্ঞ গোটৰ লগতে অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়।

পিছত দুয়ো গৰাকীকে স্থানীয় আৰক্ষী থানালৈ সোধা-পোছাৰ বাবে লৈ যোৱাৰ বিপৰীতে আইফেল টাৱাৰৰ পৰিচালনা কৰ্তৃপক্ষই তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ দাখিল কৰিব বুলি জানিবলৈ দিয়ে।

ইফালে দুই পৰ্যটকক ওপৰত উদ্ধাৰ কৰাৰ ফলত সোমবাৰে পুৱা টাৱাৰটো জনসাধাৰণৰ বাবে মুকলি কৰাত প্ৰায় এঘণ্টা পলম হয় বুলি নিৰাপত্তাৰক্ষীয়ে সদৰী কৰিছে।

Recent News

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd