• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত বন বিভাগৰ অভিযান; অবৈধ শিল কঢ়িওৱা দুখন ডাম্পাৰ জব্দ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , September 6, 2018 10:34 am

1 min read

Dumpers seized at Bokakhat
65
VIEWS
Share on FacebookShare on Twitter

বোকাখাত বন বিভাগে কালি অৰ্থাৎ বুধবাৰে নিশা এক অভিযান চলাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুখনকৈ অবৈধভৱে শিল কঢ়িওৱা ডাম্পাৰ জব্দ কৰে।

প্ৰাপ্ত তথ্য মতে, এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ আধাৰত বোকাখাতত থকা পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন কাৰ্যালয়ে যোৱা নিশা চলোৱা এক অভিযানত উক্ত অবৈধ শিল ভৰ্তি ডাম্পাৰ দুখন জব্দ কৰা হয়।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে এ এছ -০৫ চি -০১৭৭ আৰু এ এছ -০৫ চি -০১০২ নম্বৰৰ ডাম্পাৰ কেইখনে কাৰ্বি আংলং জিলাৰ ডলামৰাৰ পৰা কোনো নথি পত্ৰ নোহোৱাকৈ শিল কঢ়িয়াই আনিছিল। ডাম্পাৰ দুখন বোকাখাতৰ জনৈক আগৰৱালা আৰু ৰিংকু নামৰ দুজন শিল ব্যৱসায়ীৰ বুলি জানিব পৰা গৈছে ৷

আনহাতে কাৰ্বি আংলং জিলাৰ ডলামৰাত থকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ চেক গেটেদিয়েই নথি পত্ৰ নোহোৱাকৈ শিল ভৰ্তি ডাম্পাৰ দুখন পাৰহৈ আহিছিল। পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন কাৰ্যালয়ে জব্দ কৰা ডাম্পাৰ দুখনৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহন কৰি তদন্ত আৰম্ভ কৰিছে জানিবলৈ দিয়ে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd