• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সকলো কাণ্ডৰ মূলতে বাটাৰ চিকেন! আদালত পালেগৈ গোচৰ; কিন্তু কিয়?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 29, 2024 10:16 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাটাৰ চিকেন কোনে উদ্ভাৱন কৰিছিল জানেনে? খোৱাৰ সময়ত সকলোৱে জিভা টোকালি খায়। কিন্তু এই দুৰ্দান্ত ৰেচিপিটো কোনে উদ্ভাৱন কৰিলে, তাক লৈ আদালতত এটা ডাঙৰ গোচৰ দাখিল কৰা হৈছে, জানেনে?

শেহতীয়াকৈ দিল্লীৰ দুখন আগশাৰীৰ ৰেষ্টুৰেণ্টৰ মাজত এই সন্দৰ্ভত বহু বাদ-বিবাদ আৰম্ভ হৈছে। দুয়োপক্ষই দাবী কৰে যে বাটাৰ চিকেন ৰেচিপি তেওঁলোকৰ উদ্ভাৱন। কেৱল বাটাৰ চিকেনে (Butter Chicken Lawsuit) নহয়, দাল মাখানী (Dal Makhani)ও। এই দুটা ৰেচিপি আৱিষ্কাৰৰ কৃতিত্ব কাৰ সেই লৈ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। কিন্তু কিয়?

দিল্লীৰ দুখন বিখ্যাত ৰেষ্টুৰেণ্ট মতিমহল আৰু দৈৰাগঞ্জৰ মাজত বাটাৰ চিকেন আৰু দাল মাখানীৰ ক্ৰেডিটক লৈ মতানৈক্য চলে। আইনী যুদ্ধও চলি আছে। মতিমহল ৰেষ্টুৰেণ্টৰ দাবী যে ১৯৩০ চনত যেতিয়া কুন্দন লাল গুজৰালে পেছাৱৰত এই ৰেষ্টুৰেণ্টখনৰ প্ৰথমটো আউটলেট খুলিছিল তেতিয়াই তেওঁ বাটাৰ চিকেন (Butter Chicken Lawsuit)ৰ এই অভিনৱ ৰেচিপিটো বনাইছিল। দিল্লীত তেতিয়াও তেওঁলোকৰ আউটলেট খোলা নাছিল।

Apply Now

লগতে পঢ়কঃ ফৰাচী মহিলা সাংবাদিকলৈ জাননী জাৰি কৰিছে ভাৰত চৰকাৰে; ঘটনাটো কি?

দৈৰাগঞ্জ ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে ২৫৭২ পৃষ্ঠাৰ চাৰ্জ শ্বীট দি দিল্লী আদালতত (দিল্লী উচ্চতম ন্যায়ালয়) গোচৰ ৰুজু কৰাৰ লগতে মতিমহলে ২৪ লাখ টকাৰ ক্ষতিপূৰণৰো দাবী জনাইছে।

মতিমহলৰ পৰিচালন সঞ্চালক মনীষ গুজৰালে কয়, ‘কাৰো ঐতিহ্য নিজৰ বুলি দাবী কৰিব নোৱাৰি। মোৰ আইতাই পাকিস্তানত থকাৰ সময়তে এই খাদ্য উদ্ভাৱন কৰিছিল।’

মতিমহলৰ ঐতিহ্য যথেষ্ট চহকী। আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সন আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱেও এই ৰেষ্টুৰেণ্টত ভোজন কৰা বুলি জনা যায়।

লগতে পঢ়কঃ ভংগ হ’ল ঋষভ পন্থৰ বিশ্ব অভিলেখ; বিশ্বকাপত ১৩ বলতে অৰ্দ্ধশতক কৰা কোন এই বেটছমেন?

আনহাতে, দৈৰাগঞ্জৰ দাবী যে কুন্দন লাল গুজৰাল আৰু কুন্দন লাল জাগীয়ে ১৯৪৭ চনত দিল্লীত এই দৈৰাগঞ্জ ৰেষ্টুৰেণ্টখন খুলিছিল আৰু এই ৰেচিপি (Butter Chicken Lawsuit) প্ৰথমতে তাতেই বনোৱা হৈছিল। আদালতত তেওঁলোকৰ বক্তব্যৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সেই সময়ৰ এখন হাতে লিখা চুক্তিও দাখিল কৰিছে য’ত দুয়োজন ব্যক্তিৰ পাৰস্পৰিক সহযোগিতাৰ কথা স্পষ্ট।

তাণ্ডুৰী চিকেন টমেটো গ্ৰেভি, ক্ৰীম আৰু মাখনেৰে ৰন্ধা এই অতুলনীয় লোভনীয় বাটাৰ চিকেন (Butter Chicken Lawsuit)য়ে ‘টেষ্ট এটলাছ’ অনুসৰি বিশ্বৰ আটাইতকৈ সোৱাদযুক্ত খাদ্যৰ ভিতৰত ৪৩ নম্বৰ স্থান লাভ কৰিছে। এই ৰেচিপি ভাৰতৰ ভিতৰত দ্বিতীয় সুস্বাদু খাদ্য হিচাপে পৰিচিত।

লগতে পঢ়কঃ হায়দৰাবাদত দৰ্পচূৰ্ণ ৰোহিত বাহিনীৰঃ হাৰ্টলীৰ স্পিন ঘূৰ্ণীয়ে ইংলেণ্ডক দিলে আকাংক্ষিত জয়

দিল্লীৰ আদালতত দাখিল কৰা এই গোচৰৰ প্ৰথম শুনানি যোৱা সপ্তাহত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী শুনানিৰ তাৰিখ ঘোষণা কৰা হৈছে মে’ মাহত। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd