DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্ঘটনা : ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আৱদ্ধ দুখনকৈ ফেৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2018 12:34 pm
ferry-750x375

ফটো : নৰ্থ-ইষ্ট নাও

230
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলা দুখনকৈ ফেৰি ব্ৰহ্মপুত্ৰ নৈৰ মাজৰ বালিত লাগি আবদ্ধ হৈ পৰিছে। ৰজাদুৱাৰ আৰু মধ্যম খণ্ডৰ ফেৰি দুখন নদীৰ বুকুত আবদ্ধ হোৱাৰ পিছত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

জানিব পৰা মতে এখন ফেৰি ঘন কুৱলীৰ বাবে বাট ভুল হোৱাত পুনৰ ঘাটলৈ উভটি যোৱাৰ সময়তে নদীৰ বুকুৰ বালিত লাগি আবদ্ধ হৈ পৰে। আৰু আন এখন ফেৰি কেনেদৰে নৈৰ বুকুত আবদ্ধ হৈ পৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ইয়াৰ উপৰি এই দুৰ্ঘটনাটোৰ ফলত এই পৰ্যন্ত কোনো লোক হতাহত হোৱা নাই বুলি আমালৈ খবৰ আহিছে।

লুইতৰ বুকুত ফেৰি দুখন আবদ্ধ হৈ পৰাত যাত্ৰীসকলৰ মাজত এক শংকাই দেখা দিছে কিয়নো দুমাহ মান পূৰ্বে উক্ত অঞ্চলতে এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছিল য’ত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছিল।

জানিব পৰা মতে এই পৰ্যন্ত ফেৰি দুৰ্ঘটনা হোৱা স্থলত প্ৰশাসনৰ লোক তথা উদ্ধাৰকাৰীৰ কোনো দল উপস্থিত হোৱা নাই।

উল্লেখ্য যে বিগত দিন সমূহত লুইতৰ বুকুত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ তৎপৰ হৈ পৰে যদিও পিছত যে সকলো ফুটুকাৰ ফেনত পৰিণত হৈ সেয়া পুনৰ আজিৰ এই দুৰ্ঘটনাই প্ৰমাণ কৰি দিলে।

Recent News

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd