• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেটৰ তাড়নাত বিচাৰি গৈছিল মাছ! দুই মাছমৰীয়া ভাই-ককাইক এনকাউণ্টাৰ বনকৰ্মীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 22, 2024 2:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউন্টাৰ নিহত হৈছে দুজন মাছুৱৈ। নগাঁৱৰ লাওখোৱা অভয়াৰণ্য চৰাইহাগী বন শিবিৰ এলেকাত মনে মনে মাছ মাৰিবলৈ যোৱা দুই মাছমৰীয়াক এনকাউন্টাৰ বন বিভাগৰ।

নিশা ৰৌমাৰী বিলত মনে মনে মাছ ধৰিবলৈ গৈছিল নিহত দুই ভাই-ককাই জলিল উদ্দিন আৰু ছমিৰ উদ্দিন।

Apply Now

নিহত দুই মাছুৱৈৰ ঘৰ জুৰীয়াৰ ধিং বৰি চাপৰি গাঁৱত।

নিশাই বন বিভাগৰ হাতত নিহত হোৱা দুই মাছমৰীয়াৰ মৃতদেহ নগাঁৱ চিভিল হস্পিতাললৈ লৈ যোৱা হয়।

ইতিমধ্যেই ঘটনাস্থলীত বৃহৎ আৰক্ষী , বন বিভাগৰ লোক  মোতায়েন কৰা হৈছে।

ইপিনে, দুই ভাই ককাই ক্ৰমে জলিল উদ্দিন আৰু ছমিৰ উদ্দিনক আৰক্ষীয়ে গুলিয়াই হত্যা কৰাৰ পাছতেই চাঞ্চল্যই বিৰাজ কৰিছে জুৰীয়াৰ ধিং বৰি চাপৰি গাঁৱত। পৰিয়ালৰ লোকৰ মাজতো উঠিছে কান্দোনৰ ৰোল।

স্থানীয় এজন লোকে জনোৱা মতে, “দুই ভাই ককাইয়ে মাছ মাৰিবলৈকে নাপালে।  গৈ থকা অৱস্থাতে গুলিয়াই হত্যা কৰিলে দুয়োকে। তেওঁলোক দুখীয়া মানুহ।  মাছ মাৰিয়েই ঘৰখন চলাই আছে। কেৱল তেওঁলোকেই নহয়। বহুতেই সেই বিলখনত মাছ মাৰে।”

এই ঘটনাৰ পিছত সাধাৰণ মানুহৰ মাজতো প্ৰশ্ন উত্থাপিত হৈছে –  মনে মনে মাছ মাৰিবলৈ যোৱা দুই ভাই-ককাই অস্ত্ৰধাৰী আছিল নেকি? যদি বন আইন ভংগ কৰিছে তেন্তে কৰ্তব্যত নিয়োজিত বনকৰ্মীয়ে আটক কৰি আৰক্ষীক গতাব নোৱাৰিলেহেঁতেন নেকি দুয়োজনক? কোনো বন্দুক-বাৰুদ নোলোৱাকৈ যদি বনাঞ্চলত মাছ মাৰিবলৈ যায় তেন্তে বনকৰ্মীক পোনপটীয়াকৈ গুলিয়াই হত্যা কৰাৰ অধিকাৰ ভাৰতীয় আইনে দিছে নে বন আইনে দিছে?

হয়তো, চোৰাংভাৱে বনাঞ্চলত মত্স চিকাৰ কৰাৰ অপৰাধত হয়তো প্ৰথমতে গ্ৰেপ্তাৰ কৰি কাৰাবাস বা জৰিমণা বিহিব পাৰে! কিন্তু প্ৰতিপক্ষই নুগুলিওৱাকৈ কিয় দুজনকৈ মাছমৰীয়াক গুলিয়াই হত্যা কৰা হ’ল বুলি সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে!

এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ছাহিদ ছান হকে ফেচবুকত লিখিছে – “মোৰ দুটা পুখুৰী আছে ৰাতি কোনোবাই চুৰি কৰিলে হানি খুচি হত্যা কৰিব পাৰিম নে?”

অন্য এটা পোষ্টত তেওঁ কয়  – “গঁড় হত্যাকাৰীক ধৰিব নোৱাৰা বনকৰ্মীয়ে খাবলৈ এসাজ মাছ মৰা সাধাৰণ মানুহক গুলিয়াই হত্যা কৰে। এই খন অসমত মানুহত কৈ মূল্য পুঠী মাছৰ বেছি । আজিলৈ কিমান গঁড়ৰ খৰ্গ কাটি নিলে। এটাকো গুলিয়াব নোৱাৰা এইখন চৰকাৰৰ বিভাগে সাধাৰণ মানুহৰ ওপৰত এয়া ব্ৰিটিছৰ শাসন চলাইছে।”

দুৰ্লভ গগৈয়ে এই সন্দৰ্ভত লিখিছে এইদৰে – “প্ৰকৃতিত থকা খাল-বিলত মাছ মৰা মানুহলৈ চলোৱা গুলীকেইটা elephant corridor ত ডাঙৰ ডাঙৰ ৰিজৰ্ট, হোটেল বনোৱা মালিককেইটালৈও মাৰি দেখুৱা।”

ইপিনে, আন একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এই ঘটনাক লৈ আৰক্ষীক প্ৰশংসাৰে উপচাই পেলাই কমেন্টত প্ৰকাশ কৰিছে উল্লাস।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd