• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোজাইত অবৈধ কাঠফলা মিলৰ মালিকৰ আক্ৰমণত আহত বনৰক্ষী আৰু আৰক্ষী জোৱান

আঠজাঁই গুলী ফুটাই কোনোমতে প্ৰাণ লৈ পলায়ন বনৰক্ষী আৰু আৰক্ষীৰ দলৰ

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , December 23, 2019 7:58 pm

1 min read

311
VIEWS
Share on FacebookShare on Twitter

হোজাইত আজি অবৈধ কাঠফলা মিল উচ্ছেদ কৰিবলৈ গৈ মালিকৰ আক্ৰমণৰ সন্মুখীন হৈছে দুজন বনৰক্ষী আৰু এজন আৰক্ষী জোৱান।

তিনিওজনকে ততাতৈয়াকৈ ওচৰতে থকা চিকিৎসালয়লৈ নিয়া হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনৰক্ষী বিতোপন নাথক নগাৱঁৰ বি পি অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

আজি বিশেষ সূত্ৰৰ পম খেদি বনৰক্ষী আৰু আৰক্ষীৰ এটা দলে জিলাখনৰ মৌৰাঝাৰ থানাৰ অধীনৰ দক্ষিণ নাওবালি অঞ্চলত থকা অবৈধ কাঠফলা মিলটো উচ্ছেদ কৰিবলৈ গৈছিল।

কিন্তু অভিযানকাৰী দলটো উক্ত ঠাইত উপস্থিত হোৱাৰ লগে লগে তাত থকা মালিকৰ একাংশ লোকে দলটোৰ ওপৰত শিলাবৰ্ষণ কৰে। অভিযানকাৰী দলটো গুলী ফুটাইহে কোনোমতে প্ৰাণ লৈ পলাবলৈ সক্ষম হয়।

“একাংশ লোকে আমালৈ শিল দলিয়ায় আৰু দা আৰু লাঠী লৈ আক্ৰমণ কৰে। তেওঁলোকে আনকি আমাৰ বাহনখনো জুই লগাই দিবলৈ চেষ্টা কৰিছিল। কোনো মতেহে আমি বাচি আহিলো”, অভিযানটোত যোৱা এজন বনৰক্ষী জোৱানে কয়।

আক্ৰমণটোত আঘাতপ্ৰাপ্ত জোৱানকেইজন ক্ৰমে বিতোপন নাথ, সুৰুয আলী, পিয়াৰ উদ্দিন বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ তদন্ত চলি আছে বুলি জনাইছে যদিও আৰক্ষীয়ে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd