• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চেল্ফি উঠিবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰি দুগৰাকী যুৱতীৰ সলিল সমাধি

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , December 16, 2018 4:25 pm

1 min read

IMG-20181216-WA0001

ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটা দুই যুৱতী। ফাইল ফটো : নৰ্থইষ্ট নাও

1.6k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ দিচাংমুখ অফলা গাঁৱত আজি পুৱা এক শোকাৱহ ঘটনা সংঘটিত হয়। ব্ৰহ্মপুত্ৰ  নদীৰ পাৰত দুগৰাকী যুৱতীয়ে চেল্ফি উঠিবলৈ যাওঁতে ব্ৰহ্মপুত্ৰ নদীৰ গৰাৰ পৰা পিছল খাই পৰি সলিল সমাধি ঘটে।

ঘটনা বিৱৰণী মতে দিচাংমুখ অফলা গাঁৱৰ কালমন চেত্ৰীৰৰ কন্যা অঞ্জলি চেত্ৰী (১৭) আৰু তেওঁলোকৰ ঘৰলৈ ফুৰিবলৈ অহা ডুমডুমাৰ আৰতি চেত্ৰীয়ে (১৭) পুৱা প্ৰায় ১১ মান বজাত ঘৰৰ পৰা কিছুদুৰ নিলগৰ অফলা ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত পূজাৰ সামগ্ৰী পেলাবলৈ গৈছিল।

পূজা সামগ্ৰী পেলোৱাৰ পাছত দুয়োৱে মোবাইলত ফটো তুলিবলৈ লয়। নদীৰ গৰাত মোবাইলত চেল্ফি তুলি থাকোতে হঠাৎ এগৰাকী যুৱতী গৰাৰ পৰা পিছল খাই বাগৰি পৰাত আন গৰাকী যুৱতীয়ে বচাবলৈ হাতত ধৰিছিল যদিও দুৰ্ভাগ্যবশত:  দুয়োগৰাকী যুৱতী ব্ৰহ্মপুত্ৰ নদীত পৰি যায়।

ঘটনাস্থলীত আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দলে উদ্ধাৰকাৰ্য চলাই আছে যদিও বাতৰি লিখা সময়লৈকে দুইগৰাকী যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd