• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল কৰিও দুঃখিত পুৰণিগুদামৰ দুই ছাত্ৰী

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
June 9, 2020 12:17 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰিও দুখত ম্ৰিয়মান নগাঁৱৰ পুৰণিগুদামৰ দুগৰাকী ছাত্ৰী।

পুৰণিগুদামস্থিত হালোৱাগাঁও উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা হিন্দী বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হোৱা ৰিম্পী বৰাক যি জন পিতৃয়ে সৰুৰে পৰা নিতৌ চাইকেলৰে শিক্ষানুষ্ঠানলৈ অনা নিয়া কৰাৰ লগতে ভালকৈ পঢ়াশুনা কৰিবলৈ যথেষ্ট কষ্ট তথা উৎসাহিত কৰিছিল সেইজন পিতৃ কিন্তু ৰিম্পীৰ সুখৰ দিনত কাষত উপস্থিত নথকাকলৈ অতিশয় দুঃখিত ছাত্ৰী গৰাকীৰ।

Apply Now

কাৰণ দৰিদ্ৰ পৰিয়ালটোক পোহপাল দিবৰ বাবে বহিঃৰাজ্যত কৰ্মৰত পিতৃ দেশজুৰি অব্যাহত থকা দীঘলীয়া লকডাউনৰ বাবে বহিঃৰাজ্যতে আৱদ্ধ থাকিব লগীয়া হোৱাত উপভোগ কৰিব নোৱাৰিলে ৰিম্পীৰ সুখৰ মুহুৰ্তবোৰ, জীয়ৰীৰ সফলতাৰ বিষয়ে ফোনতে অৱগত হৈ উচুপী উঠিল ৰিম্পীৰ পিতৃয়ে।

দৰিদ্ৰ পৰিয়ালৰ ৰিম্পীক ভৱিষ্যতে অধ্যয়ন কৰিবৰ বাবে কেনেকৈ সুবিধা কৰি দিব পাৰিব তাক লৈ এতিয়া ঘোৰ চিন্তিত হৈ পৰিছে ৰিম্পীৰ টেম্প’ চালক ভাতৃয়ো।

ইফালে ৰিম্পীৰ দৰে পুৰণিগুদামৰ ম’ৰাচুক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমীয়া আৰু সমাজ বিজ্ঞান বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাব ছাত্ৰী সৌজন্যা শইকীয়াৰ ক্ষেত্ৰতো অনুৰূপ পৰিস্থিতি।

কেইবা বছৰৰ আগতেই পিতৃক হেৰুৱা সৌজন্যাক শিক্ষাৰ দিশত কোনো অসুবিধা নোহোৱাকৈ আগবঢ়াই নিবৰ বাবে পুৰণিগুদামৰে শংকৰদেৱ বিদ্যা নিকেতনৰ চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰী হিচাপে কৰ্মদান কৰি অহা মাতৃয়ে এতিয়া পিতৃহাৰা নিজৰ সন্তানক কেনেদৰে পৰৱৰ্তী সময়ত শৈক্ষিক দিশত আগবঢ়াই নিব তাকলৈ চৰম বিবুদ্ধিত পৰা দেখা গৈছে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm
টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

November 1, 2026 11:02 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 1, 2026 10:18 am
শেষ প্ৰচেষ্টাও ব্যৰ্থ, এপষ্টেইন গোচৰত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প!

শেষ প্ৰচেষ্টাও ব্যৰ্থ, এপষ্টেইন গোচৰত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প!

November 1, 2026 9:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm
টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

November 1, 2026 11:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd