• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদ্বোধনৰ পিছদিনাৰ পৰাই বগীবিল দলঙৰ ওপৰেদি দুয়োপাৰৰ মাজত নিয়মীয়াকৈ চলিব দুখনকৈ ইণ্টাৰচিটি

নতুন ইণ্টাৰচিটি দুখনে তিনিচুকীয়াৰ পৰা নাহৰলগুনলৈ চুই যাব ৭ টাকৈ ষ্টেইশ্যন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2018 12:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু প্ৰত্যাশিত বগীবিল দলঙৰ ২৫ ডিচেম্বৰত শুভ উদ্বোধনীৰ পিছতে ২৬ ডিচেম্বৰৰ পৰা উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ মাজত বগীবিল দলং হৈ তিনিচুকীয়া জংচন আৰু নাহৰলগুন ষ্টেইশ্যনক সংযোগ কৰি দুখন নতুন ইণ্টাৰচিটী এক্সপ্ৰেছ ৰে’ল চলিব। ইয়াৰে এখন ৰে’লে সপ্তাহত পাঁচ দিন যাত্ৰা কৰিব আৰু আনখন ৰে’ল সাপ্তাহিকভাৱে চলিব।

ইয়াৰে ১৫৯০৮ নম্বৰৰ ৰে’লখনে সোম, মঙল, বুধ, শুকুৰ আৰু শনিবাৰে নাহৰলগুনৰ পৰা ৫.৩০ ত যাত্ৰা কাৰিব আৰু ১১ বজাত তিনিচুকীয়ত উপস্থিত হ’ব। বিপৰীতে ১৫৯০৭ নম্বৰৰ আনখন ৰে’লে সোম, মঙল, বুধ, শুকুৰ আৰু দেওবাৰে ১৬ বজাত তিনিচুকীয়াৰ পৰা যাত্ৰা কৰিব আৰু ২১.১৫ বজাত নাহৰলগুনত উপস্থিত হ’ব।

Apply Now

আনহাতে ১৫৯১২ নম্বৰৰল ৰে’লখনে প্ৰতি বৃহস্পতিবাৰে ৫.৩০ বাজত নাহৰলগুনৰ পৰা যাত্ৰা কৰিব আৰু ১১ বজাত তিনিচুকীয়াত উপস্থিত হ’ব। বিপৰীতে ১৫৯১১-এ নম্বৰৰ ৰে’লখনে বৃহস্পতিবাৰে ১৮.৪৫ বজাত তিনিচুকীয়াৰ পৰা যাত্ৰা কৰিব আৰু শুকুৰবাৰে নাহৰলগুনত উপস্থিত হ’ব।

ৰে’ল দুখনে যাত্ৰা কৰাৰ সময়ত নিউ তিনিচুকীয়া, ডিব্ৰুগড়, ধামালগাঁও, ধেমাজি, গোগামুখ, উত্তৰ লখিমপুৰ আৰু হাৰমতীত ষ্টপেজ থাকিব।

ৰে’লকেইখনত দুটা জেনেৰেল কৰাৰ উপৰি এটা বাতানুকুল চেয়াৰ কাৰ আৰু বহাৰ সুবিধাৰ সৈতে ৯ টা দ্বিতীয় শ্ৰেণীৰ দবা থকিব।

ইফালে ২৫ ডিচেম্বৰত প্ৰাৰম্ভিক বিশেষ ০৫৯০৭ নম্বৰৰ ৰে’লখনে ডিব্ৰুগড়ৰ পৰা ১১.৩০ বাজত যাত্ৰা কৰিব আৰু ১৮.৪৫ বজাত নাহৰলগুনত উপস্থিত হ’বহি। এই কথা ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd