• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ টাৱাঙৰ ছেলা হ্ৰদত ফুৰিবলৈ গৈ মৃত্যু কেৰালাৰ এজন পৰ্যটকৰ, এজন সন্ধানহীন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2026 12:19 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুৰিবলৈ গৈ মৰ্মান্তিক পৰিণতি ঘটিল কেৰালাৰ পৰা অহা দুজন পৰ্যটকৰ।  বৰফাবৃত হ্ৰদত ফুৰিবলৈ গৈ ভৰি পিছলি পানীত পৰি তাৰে এজনৰ মৃত্যু ঘটে। তেওঁক বচাবলৈ গৈ সেই পানীতে উটি যায় আন এজনে।

শুকুৰবাৰে বিয়লি অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ছেলা হ্ৰদত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, কেৰালাৰ পৰা অৰুণাচল প্ৰদেশলৈ গৈছিল এটা ৭ জনীয়া পৰ্যটকৰ দল। দলটোৰ সদস্য ডিনু (২৬)ৰ বৰফে ঢকা ছেলা হ্ৰদত ফুৰিবলৈ গৈ মৃত্যু হয়। তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও উটুৱাই নিয়া মহাদেৱ (২৪)ক এতিয়াও বিচাৰি পোৱা নাই।

Apply Now

সূত্ৰ অনুসৰি, শুকুৰবাৰে কেৰালাৰ পৰা অহা পৰ্যটকৰ দলটোৱে ছেলা হ্ৰদত ফুৰি আছিল। সেই সময়ত তেওঁলোকৰ দলৰ এজন সদস্য পানীত পৰিল। ডিনু আৰু মহাদেৱে তেওঁক উদ্ধাৰ কৰিবলৈ পানীত জপিয়াই পৰে। ডিনু আৰু মহাদেৱে পতিত ব্যক্তিজনক উদ্ধাৰ কৰিলেও তেওঁলোক পানীৰ পৰা উঠি আহিব নোৱাৰিলে। বহু চেষ্টাৰ অন্তত হ্ৰদৰ পানীৰ পৰা উদ্ধাৰ হয় ডিনুৰ মৃতদেহ। কিন্তু মহাদেৱক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই।

আৰক্ষী অধীক্ষক ডি ডব্লিউ থংগনে জনোৱা মতে, শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাত এই ঘটনাৰ খবৰ পোৱা গৈছিল। লগে লগে জিলা আৰক্ষী, কেন্দ্ৰীয় বাহিনী আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে। প্ৰতিকূল বতৰ আৰু কম দৃশ্যমানতাৰ মাজতো উদ্ধাৰ কৰা হয় এজন পৰ্যটকৰ মৃতদেহ। কিন্তু আন্ধাৰৰ বাবে আনজন পৰ্যটকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নগ’ল। শনিবাৰে পুৱাৰে পৰা পুনৰ আৰম্ভ হৈছে অনুসন্ধান অভিযান।

ডিনুৰ মৃতদেহ জং কমিউনিটি হেল্থ চেণ্টাৰত ৰখা হৈছে। আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। থংগনে কয় যে ছেলা হ্ৰদ অঞ্চলৰ কেইবাটাও ঠাইত পৰ্যটকক সকীয়াই ফলক দিয়া হৈছে। শীতকালত হ্ৰদটোৰ চাৰিওফালে ঘূৰি ফুৰাটো বিপজ্জনক, যিকোনে সময়তে বিপদ ঘটিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd