• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী লোকৰ কৰুণ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2020 6:30 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ ঢালাই জিলাৰ আম্বাচাত শুকুৰবাৰে সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী লোকৰ মৃত্যু হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে।

মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে ১৬ বছৰীয়া ছাত্ৰ ৰিয়া নমসূদ্ৰ আৰু নিৰ্মাণ কাৰ্য্যৰ শ্ৰমিক জীৱন দেৱনাথ।

Apply Now

জীৱন দেৱনাথৰ ঘৰ আম্বাছাৰ চন্দ্ৰাই চাৰা অঞ্চলত।

দুয়ো বাইকেৰে আহি থকা অৱস্থাত এখন দ্ৰুতবেগী ট্ৰাকে দুয়োকো মহতিয়াই নিয়াৰ ফলতে শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, ধৰমনগৰৰ পৰা আগৰতলা অভিমুখে আহি থকা এখন ট্ৰাকৰ সৈতে দুয়ো আহি থকা বাইকখনৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয় আৰু এই দুৰ্ঘটনাটোৰ ফলত জীৱন দেৱনাথ নামৰ লোক গৰাকীৰ থিতাতে মৃত্যু হয়।

আনহাতে, ট্ৰাকখনে দুৰ্ঘটনাটোৰ পাছত নিয়ন্ত্ৰণ হেৰুৱাই ৰিয়া নামৰ এগৰাকী স্কুলীয়া ছাত্ৰীকো খুন্দা মাৰে।

ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰী গৰাকীক কুলাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ বিষয় বিশেষজ্ঞৰ লগতে মহাৰাষ্ট্ৰৰ চাহ বিক্ৰেতাও অভিযুক্ত! ২২ লাখ শিক্ষাৰ্থীৰ পৰীক্ষা বাতিলৰ ষড়যন্ত্ৰত দিল্লী আদালতৰ ডাঙৰ পদক্ষেপ

৩ বিষয় বিশেষজ্ঞৰ লগতে মহাৰাষ্ট্ৰৰ চাহ বিক্ৰেতাও অভিযুক্ত! ২২ লাখ শিক্ষাৰ্থীৰ পৰীক্ষা বাতিলৰ ষড়যন্ত্ৰত দিল্লী আদালতৰ ডাঙৰ পদক্ষেপ

November 21, 2026 6:02 pm
বিশ্ব চেম্পিয়নশ্বিপৰ পূৰ্বে গহীন স্বভাৱ এৰি ৰজনীকান্তৰ চিনেমা চোৱাত ব্যস্ত গুকেশ! খিতাপ ৰক্ষাৰ মহাৰণৰ আগত নতুন  ৰূপত দেখা গ’ল ভাৰতীয় তাৰকাগৰাকীক

বিশ্ব চেম্পিয়নশ্বিপৰ পূৰ্বে গহীন স্বভাৱ এৰি ৰজনীকান্তৰ চিনেমা চোৱাত ব্যস্ত গুকেশ! খিতাপ ৰক্ষাৰ মহাৰণৰ আগত নতুন ৰূপত দেখা গ’ল ভাৰতীয় তাৰকাগৰাকীক

November 21, 2026 4:18 pm
মহানগৰীৰ ফ্লাই অভাৰত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত অটোৰিক্সা চালক

মহানগৰীৰ ফ্লাই অভাৰত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত অটোৰিক্সা চালক

November 21, 2026 1:05 pm
তেজৰ সম্পৰ্কত বিবাহ নিষিদ্ধ আইন অনাৰ চিন্তা! কেন্দ্ৰক গুৰুত্বপূৰ্ণ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

তেজৰ সম্পৰ্কত বিবাহ নিষিদ্ধ আইন অনাৰ চিন্তা! কেন্দ্ৰক গুৰুত্বপূৰ্ণ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

November 21, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ বিষয় বিশেষজ্ঞৰ লগতে মহাৰাষ্ট্ৰৰ চাহ বিক্ৰেতাও অভিযুক্ত! ২২ লাখ শিক্ষাৰ্থীৰ পৰীক্ষা বাতিলৰ ষড়যন্ত্ৰত দিল্লী আদালতৰ ডাঙৰ পদক্ষেপ

৩ বিষয় বিশেষজ্ঞৰ লগতে মহাৰাষ্ট্ৰৰ চাহ বিক্ৰেতাও অভিযুক্ত! ২২ লাখ শিক্ষাৰ্থীৰ পৰীক্ষা বাতিলৰ ষড়যন্ত্ৰত দিল্লী আদালতৰ ডাঙৰ পদক্ষেপ

November 21, 2026 6:02 pm
বিশ্ব চেম্পিয়নশ্বিপৰ পূৰ্বে গহীন স্বভাৱ এৰি ৰজনীকান্তৰ চিনেমা চোৱাত ব্যস্ত গুকেশ! খিতাপ ৰক্ষাৰ মহাৰণৰ আগত নতুন  ৰূপত দেখা গ’ল ভাৰতীয় তাৰকাগৰাকীক

বিশ্ব চেম্পিয়নশ্বিপৰ পূৰ্বে গহীন স্বভাৱ এৰি ৰজনীকান্তৰ চিনেমা চোৱাত ব্যস্ত গুকেশ! খিতাপ ৰক্ষাৰ মহাৰণৰ আগত নতুন ৰূপত দেখা গ’ল ভাৰতীয় তাৰকাগৰাকীক

November 21, 2026 4:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd