• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চমকপ্ৰদ সাফল্য : অসমৰ দুই মহিলা কৃষকলৈ কেন্দ্ৰীয় চৰকাৰৰ সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2018 2:36 pm
1447502708_v4dWfuDJhIvEPerU6dAK

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমী। ফটো : ইন্টাৰনেটৰ সৌজন্যত

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষি আৰু কৃষি সহযোগী অন্যান্য খণ্ডত চমকপ্ৰদ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা দেশৰ নিৰ্বাচিত মহিলা কৃষকসকলৰ লগতে অসমৰ দুগৰাকী মহিলা কৃষকলৈও কেন্দ্ৰীয় চৰকাৰে সন্মান আগবঢ়াব।

অহা ১৫ অক্টোবৰত দেশজুৰি উদ্‌যাপন কৰিবলগীয়া মহিলা কৃষক দিৱসত অসমৰ দুগৰাকী মহিলা কৃষক ক্ৰমে যোৰহাট জিলাৰ পাপিয়া গাঁৱৰ নৱনীতা দাস আৰু গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পশ্চিম দৈৰং গাঁৱৰ দীপিকা ৰাভাক কেন্দ্ৰীয় চৰকাৰে সন্মান জনাব।

Apply Now

নতুন দিল্লীৰ পুছাত অৱস্থিত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এটি অনুষ্ঠানত কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধামোহন সিঙে মহিলা কৃষক দুগৰাকীক সন্মান জনাব।

আনহাতে, মহিলা কৃষক দুগৰাকীৰ সফলতাৰ বাবে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই তেওঁলোকক অভিনন্দন জনাইছে।

নৱনীতা দাসে প্ৰায় ৬৭ বিঘা মাটিত সৰিয়হ, ৰঙা চাউল, ক’লা চাউল, বকুল জহা, জিৰা  জহা, ৰঙা বৰা আদি বিভিন্ন জাতৰ ধান খেতিৰ লগতে কেপচিকাম, ভোট জলকীয়া, আলু, মাকৈ, সৰিয়হ, ৰঙালাও আৰু বিভিন্ন ফুলৰ খেতি কৰি ব্যৱসায়িকভাৱে সফল কৃষক হিচাপে প্ৰতিষ্ঠা কৰিছে।

আনহাতে, আনগৰাকী মহিলা কৃষক দীপিকা ৰাভাই ১৮ বিঘা কৃষি ভূমিত তামোল-পাণ, নাৰিকল, আনাৰস, তৈল খেজুৰ, ছজিনা আৰু অন্যান্য শাক-পাচলিৰ খেতিৰ লগতে ১২ বিঘা মাটিত জৈৱিক জহা ধানৰ খেতি আৰু পাঁচ বিঘা মাটিত উন্নত প্ৰজাতিৰ অমিতা খেতি কৰি বাণিজ্যিক সফলতা লাভ কৰিছে।

তদুপৰি, দীপিকা ৰাভাই গাহৰি পাম, কুকুৰা পাম, মীন পালন আদিৰ জৰিয়তেও লাভৱান হৈছে। কৃষি সঞ্চালকালয়ৰ সহকাৰী কৃষি তথ্য বিষয়া পংকজনাভ দাসে এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে অসম চৰকাৰে চলিত বছৰৰ মে’ মাহত ভিয়েটনাম ভ্ৰমণলৈ পঠিওৱা কৃষক দলটোৰ এগৰাকী সদস্য হিচাপে নৱনীতা দাসে অংশগ্ৰহণ কৰিছিল। তদুপৰি, কৃষি ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে বিভিন্ন বঁটাৰে সন্মানিত হোৱা নৱনীতা দাসক উপ-ৰাষ্ট্ৰপতি এম ভেংকায়ানাইডুৱে শ্ৰেষ্ঠ কৃষকৰ সন্মান প্ৰদান কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd