• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 18, 2021 3:50 pm

2 min read

Manipur Two
218
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ দুগৰাকী সাংবাদিকক দেশদ্ৰোহিতাৰ গোচৰ গ্ৰেপ্তাৰ কৰিছে।

দেওবাৰে মণিপুৰ আৰক্ষীয়ে UAPAৰ অধীনত দেশদ্ৰোহিতাৰ অভিযোগ উত্থাপন কৰি এগৰাকী সম্পাদকক গ্ৰেপ্তাৰ কৰিছে।

মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সাংবাদিক দুগৰাকী হৈছে ক্ৰমে ফ্ৰণ্টিয়াৰ মণিপুৰ ৱেবপৰ্টেলৰ মুখ্য সম্পাদক ধীৰেন চাড’কপান আৰু কাৰ্যবাহী সম্পাদক পাউজেল চাউবা।

সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰাৰ অভিযোগ তুলি মণিপুৰ আৰক্ষীয়ে দুয়োগৰাকী সাংবাদিকৰ বিৰুদ্ধে UAPA ৰ অধীনত দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।

UAPAৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ ১২৪ এ(দেশদ্ৰোহিতা), ১২০ বি(অপৰাধমূলক কাৰ্য), ৫০৫(বি), আৰু ৩৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে দুই সাংবাদিকৰ বিৰুদ্ধে।

উল্লেখ্য যে যোৱা ৮ ফেব্ৰুৱাৰীত দুই সাংবাদিকৰ সম্পাদিত ৱেবপৰ্টেল ফ্ৰণ্টিয়াৰ মণিপুৰ ত এম জয় লাৱাং নামৰ এজন লোকৰ ‘বিপ্লৱী যাত্ৰাত বিসংগতি’ শীৰ্ষক এটা নিৱন্ধ প্ৰকাশ কৰা হৈছিল।

এই নিৱন্ধটো প্ৰকাশ কৰাৰ পিছতে ৱেবপৰ্টেলখনৰ মুখ্য সম্পাদক আৰু কাৰ্যবাহী সম্পাদকৰ লগতে লেখক লাৱাঙৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰে মণিপুৰ আৰক্ষীয়ে।

“তেওঁৰ নিৱন্ধত সহস্ত্ৰ বিদ্ৰোহী গোটবোৰৰ প্ৰতি স্পষ্টৰূপত সহানুভূতি আৰু সমৰ্থন প্ৰকাশ পাইছিল আৰু কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰৰ আইনক ঔপনিৱেশিক আইন বুলি অভিহিত কৰিছিল।” মণিপুৰ আৰক্ষীয়ে এজাহাৰত এইদৰে উল্লেখ কৰিছে।

উল্লেখ্য যে মণিপুৰত সাংবাদিক গ্ৰেপ্তাৰ কৰা ঘটনা এইটোৱই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও একাধিক সাংবাদিকক মণিপুৰ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd