• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 21, 2019
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজবাট ৰে’লৱে ষ্টেশ্যনত এন ডি এফ বি (এছ)ৰ ২ কেডাৰ গ্ৰেপ্তাৰ

ছাজিদ খান ছাজিদ খান
ওদালগুৰি , December 7, 2018 7:56 pm

1 min read

NDFB-cadres-held-in-Udalguri-750x375
931
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ মাজবাট ৰে’লৱে ষ্টেশ্যনত বৃহস্পতিবাৰে আৱেলি নিৰাপত্তা বাহিনীৰ লোকে এন ডি এফ বি (এছ) গোটৰ দুজন দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰে।

ধৃত উগ্ৰপন্থী গোটৰ সদস্য দুজনক ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ডইফাং খইৰাবাৰী গাঁৱৰ বাসিন্দা শ্বামখৌৰ দৈমাৰী ওৰফে ডি শ্বাগৌৰ (২৩) আৰু কোকৰাঝাৰ জিলাৰ ছেফ্ৰাংগুৰী আৰক্ষী থানাৰ অন্তৰ্গত শালগুৰী গাঁৱৰ বাসিন্দা জংছৌৰ মুছাহাৰী ওৰফে এম জ্বমৱি (১৮) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সেনাৰ কব্ৰা কমাণ্ড’ৰ ১৪ নং গাঢ়ৱাল ৰেজিমেণ্ট আৰু মাজবাট ৰে’লৱে আৰক্ষীৰ এটা যুটীয়া দলে অভিযান চলাই কেডাৰ দুজনক ডেকাৰগাঁও-ৰঙীয়া যাত্ৰীবাহী ট্ৰেইনৰ ৪নং দবাৰ পৰা আটক কৰে।

ধৃত দুয়োগৰাকী কেডাৰে ম্যানমাৰত প্ৰক্ষিণপ্ৰাপ্ত বুলি নিৰাপত্তা বাহিনীৰ এক সূত্ৰই জানিবলৈ দিছে। সম্প্ৰতি ধৃত কেডাৰ দুজনৰ বিৰুদ্ধে মাজবাট আৰক্ষী থানাত ৬৬/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি জেৰা চলাই থকা হৈছে।

Recent News

Gegong-Apang-joins-jds

জে ডি (এছ)ত যোগদান অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাঙৰ

Massive recruitment drive, 2019 by Indian Railways: NTPC/ Paramedical Staff/ Grade IV/ Other Posts (130,000 Posts)

অকল ৰে’লত ১,৩০,০০০, নেহৰু যুৱ কেন্দ্ৰৰ ১২ হাজাৰটা পদ; লোকসভা নিৰ্বাচনৰ পূৰ্বে চাকৰিৰ বৰষুণ

প্ৰাপ্যৰ দাবীত বিশ্বনাথত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিক্ষোভ কাৰ্যসূচী

প্ৰাপ্যৰ দাবীত বিশ্বনাথত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিক্ষোভ কাৰ্যসূচী

52874811_2319238324977805_468770374411091968_n

বিজেপিৰ সুশাসনত বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি পুৰি মৰিছে : সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Available at

Follow Us

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd