• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এটা চুমাৰ বাবে দুজনী ছোৱালীক নৃশংসভাৱে হত্যা; দুজন হত্যাকাৰীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2020 8:36 am
ইণ্টাৰনেটৰ পৰা সংগৃহীত

ইণ্টাৰনেটৰ পৰা সংগৃহীত

2.5k
VIEWS
Share on FacebookShare on Twitter

এটা ভাইৰেল ভিডিঅ’ৰ বাবে পাকিস্তানত দুগৰাকী ছোৱালীক হত্যা কৰাৰ দৰে ঘটনা সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অহাত বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে দেশখনৰ উত্তৰ-পশ্চিমৰ জনজাতীয় অঞ্চলৰ এজন পুৰুষে ছোৱালী দুজনীক চুমা খোৱাৰ বাবেই তেওঁলোকক নৃশংসভাৱে হত্যা কৰা হয়।

কেই সপ্তাহমান পূৰ্বে এজন পুৰুষে ছোৱালী দুগৰকীক ওঁঠত চুমা খাই থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। আৰু তাৰ পিছৰ পৰাই এই ঘটনাটোৱে সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল।

আৰক্ষীয়ে এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত কৰাৰ অপৰাধত এজনী ছোৱালীৰ দেউতাক আৰু আন এজনীৰ ভায়েকক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে দেশখনৰ আদিবাসী অঞ্চলত মহিলা সকলে অকলে ঘৰৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে আৰু পুৰুষৰ সৈতে সমিল মিলে চলাত সম্পূৰ্ণ নিষেধাজ্ঞা আছে।

আৰক্ষীয়ে জানিব দিয়া মতে এই হত্যাকাণ্ডটো ১৪ মে’ৰ দিনা বজীৰিস্তান জিলাৰ এখন গাঁৱত সংঘটিত হৈছে।

ইয়াৰ উপৰি আৰক্ষীয়ে কয় যে ছোৱালী দুজনীয়ে পুৰুষজনৰ লগত কথা-বতৰা পাতি থকা ভিডিঅ’টো আছিল ৫২ ছেকেণ্ডৰ। ভিডিঅ’টোৰ আঁৰত আন এজনী ছোৱালীও আছিল বুলি উল্লেখ কৰে আৰক্ষীয়ে।

এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে ইতিমধ্যে ভিডিঅ’টোত দেখা দুজনী ছোৱালীক হত্যা কৰা হৈছে আৰু তৃতীয় গৰাকীৰ বিষয়ে সবিশেষ একো তথ্য লাভ কৰা নাই।

ইফালে ভিডিঅ’টোত চুমা খাই থকা ২৮ বছৰীয়া উমৰ আয়াজ নামৰ যুৱকজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ মতে তৃতীয়জনী ছোৱালী জীৱিত আছে আৰু তেওঁৰ জীৱনক লৈ চিন্তা কৰিবলগীয়া বিশেষ নাই।

উল্লেখ্য যে আধকাঘীন লোক দুজনে হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd