• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰশিক্ষণৰ সময়তে বিমান ভাঙি পৰি দুগৰাকী পাইলটৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 8, 2020 1:04 pm

1 min read

aircraft-crash-in-Odisha

সোমবাৰে ৰাতিপুৱা উৰিষ্যাৰ ধেনকানল জিলাৰ কামাখ্যা চহৰৰ কাষট সংঘটিত বিমান দুৰ্ঘটনা।

823
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে ৰাতিপুৱাই উৰিষ্যাত প্ৰশিক্ষণৰ সময়ত ভাঙি পৰে এখন বিমান। এই দুৰ্ঘটনাৰ ফলত দুগৰাকী পাইলট মৃত্যু মুখত পৰে।

ইয়াৰে এগৰাকী প্ৰশিক্ষণ লৈ থকা মহিলা পাইলট আৰু আন গৰাকী নিৰ্দেশক আছিল।

উৰিষ্যাৰ ধেনকানল জিলাৰ কামাখ্যা চহৰৰ কাষত এই দুৰ্ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে এতিয়া স্পষ্ট কোনো তথ্য জানিব পৰা হোৱা নাই।

বাতৰি অনুসৰি, বিমানকন চৰকাৰী বিমান প্ৰশিক্ষণ কেন্দ্ৰৰ আছিল আৰু আনদিনাৰ দৰেই ৰাতিপুৱা বিমানৰ উৰণৰ প্ৰশিক্ষণ চলোৱা হৈছিল।

প্ৰশিক্ষণৰ মাজতে বিমানখন হঠাতে মাটিত ভাঙি পৰে আৰু লগে লগে জুই জ্বলি উঠে।

বিমানখনৰ পাইলট দুগৰাকীক ততাতয়াকৈ হাস্পাতললৈ নিয়া হয় যদিও হাস্পাতলত চিকিৎসকে দুয়োগৰাকীকে মৃত বুলি ঘোষণা কৰে।

মৃতদেহ দুটা ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে, মৃত দুগৰাকীৰ এগৰাকী আনিছা ফাতেমাই বিমান উৰণৰ প্ৰশিক্ষণ লৈছিল। ফাতেমা তামিলনাডুৰ বাসিন্দা।

আনহাতে, আনগৰাকী বিহাৰৰ বাসিন্দা সঞ্জয় ঝা সংস্থাটোৰ নিৰ্দেশক আছিল।

আৰক্ষীৰ প্ৰাথমিক তদন্তত বেয়া বতৰৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে যদিও কাৰিকৰী বিসংগতিৰ দিশটোও অস্বীকাৰ কৰা নাই।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd