• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ-ছাত্ৰীৰ মাহেকীয়া মাছুল ৰেহাই দিয়াৰ লগতে দুখীয়াৰ মাজত খাদ্য সামগ্ৰী বিতৰণ দুই শিক্ষানুষ্ঠানৰ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
April 17, 2020 10:07 am
VideoCapture_20200417-085155

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি বাহাল থকা লকডাউনৰ সময় চোৱাত শতাধিক দৰিদ্ৰ পৰিয়ালৰ কাষত ঠিয় দিছে নগাঁও জিলাৰ চামগুৰিৰ আৰু পুৰণিগুদামৰ কেইবাখনো ব্যক্তিগত বেচৰকাৰী শিক্ষানুষ্ঠানে।

অহা ৩ মে’লৈকে লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ ফলত বৃহত্তৰ অঞ্চল দুটাৰ বহু সংখ্যক দৰিদ্ৰ পৰিয়ালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বাবে বিহুৰ দিনকেইটাতো হাহাকাৰ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল।

Apply Now

ইয়াৰ পৰিপেক্ষিততে ৰাজ্যৰ শিক্ষা স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি বিপুল সহাঁৰি জনাই পুৰণিগুদাম কলংপাৰ কনিষ্ঠ মহাবিদ্যালয়ে লকডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলক এমাহৰ মাহেকীয়া মাচুল ৰেহাই দিয়াৰ উপৰি সমীপৰে দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰা দেখা যায়।

মহাবিদ্যালয়খনৰ শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলৰ সহযোগত পুৰণিগুদাম ভৰাগুৰি, ব্ৰহ্মচাৰী, খাটোৱাল আদিকে ধৰি বহুকেইখন গাঁৱৰ অৰ্ধ শতাধিক দৰিদ্ৰ লোকৰ মাজতো চাউল, দালি, আলু, চিৰা, মিঠাতেল আদিকে ধৰি খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ অহা বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত ২০ শতাংশ মাচুল ৰেহাই দিয়া হ’ব বুলি কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ পবিত্ৰ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

ইফালে দুখীয়া লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে ফ্লৰেঞ্চ একাডেমি নামৰ এখন শিশু শিক্ষাৰ শিক্ষানুষ্ঠান।

শিক্ষানুষ্ঠান খনৰ সমূহ শিক্ষক-শিক্ষয়ত্ৰী তথা কৃৰ্তপক্ষৰ হৈ সমাজকৰ্মী পাৰ্থপ্ৰতীম হাজৰীকাই দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিলে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী।

পাৰ্থপ্ৰতীম হাজৰিকাই চামগুৰিৰ কেইজনমান সচেতন যুৱকৰ সহযোগত চামগুৰি গাঁও পঞ্চায়তৰ প্ৰায় চাৰি শতাধিক দুখীয়া পৰিয়ালক চাউল, দাইল, মুড়ী, মিঠাতেল, আলু, চয়াবিন, শাক-পাছলি আদি বিভিন্ন অত্যাবশ্যকীয় সামগ্ৰী বিৰতণ কৰা দেখা যায়।

লক্ষণীয় কথাটো হ’ল যে, সংকটৰ সময়ত আৰ্তজনৰ প্ৰতি এনে ধৰণেৰে সজাগতা তথা সহায়ৰ হাত আগবঢ়োৱাক কেন্দ্ৰ কৰি সম্প্ৰতি চামগুৰি আৰু পুৰণিগুদামৰ একাংশ সচেতন লোকে ভূয়সী প্ৰশংসা কৰা দেখা গৈছে বেচৰকাৰী শিক্ষানুষ্ঠান দুখনক।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd