• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধেয়কক লৈ বিজেপিত খহনীয়া : বৰপেটাৰ দুগৰাকী জ্যেষ্ঠ বিজেপি কৰ্মীৰ পদত্যাগ

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , January 12, 2019 8:10 am

1 min read

Barpeta BJP resign.photo

বিজেপিৰ পৰা পদত্যা কৰা বৰপেটা দুগৰাকী জ্যেষ্ঠ বিজেপি সদস্য হৰেকৃষ্ণ দাস আৰু কুঞ্জবিহাৰী দাস। ফটো : নৰ্থইষ্ট নাও

714
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ বিৰোধিতাৰে ৰাজ্যত তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বিজেপি দলত খহনীয়া আৰম্ভ হৈছে ৷ অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ খন সদনত উত্থাপন কৰাৰ প্ৰতিবাদত শুকুৰবাৰে বৰপেটাৰ দুগৰাকী জ্যেষ্ঠ বিজেপি কৰ্মী তথা জ্যেষ্ঠ অধিবক্তা ক্ৰমে হৰেকৃষ্ণ দাস আৰু কুঞ্জবিহাৰী দাসে বিজেপি দলৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰে ৷

পদত্যাগ পত্ৰত দুয়োগৰাকীয়ে উল্লেখ কৰে যে, ১৯৮৪ চনৰ পৰাই দুয়োগৰাকীয়ে বিজেপি দলৰ হৈ কাম কাজ কৰি আহিছিল ৷ কিন্তু সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ খন উত্থাপন কৰাৰ প্ৰতিবাদত দুয়োগৰাকীয়ে দলৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰিলে বুলি স্পষ্ট কৰি দিছে ৷

উল্লেখ্য যে, এই বিধেয়কখনৰ প্ৰতিবাদত কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মেহদী আলম বৰাইও পদত্যাগ কৰিছিল ৷ ৰাজ্যত কেইবাগৰাকী নেতা কৰ্মীয়ে বিজেপি ত্যাগ কৰাৰ প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে যদিও বিতৰ্কিত বিধেয়কখনকলৈ এতিয়াও আকোঁৰগোজ স্থিতিত অটল আছে ৰাজ্যিক বিজেপি ৷

Recent News

a amit

বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, পৰিচয় ৰক্ষা কৰিব বিজেপিয়ে: অমিত শ্বাহ

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd