DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ: দুই সন্ত্ৰাসবাদী নিহত, নিহত এজন সেনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2022 12:38 pm
Two terrorists killed in Jammu
188
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰত শেহতীয়াকৈ ধাৰাবাহিকভাৱে চলি থকা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষৰ মাজতে আজি পুনৰ আন এক ভয়াবহ সংঘৰ্ষ সংঘটিত হয়।

জম্মুৰ এটা সেনা চাউনীৰ ওচৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন সৈনিকো নিহত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ মাত্ৰ দুদিন পূৰ্বে সংঘটিত এই সংঘৰ্ষই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই সংঘৰ্ষত আন চাৰিজন সেনা জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে নিৰাপত্তাৰক্ষীয়ে জম্মু চহৰৰ চুঞ্জৱান সেনানিবাস অঞ্চলত পুৱা অভিযান আৰম্ভ কৰাৰ পিছত এই সংঘৰ্ষ সংঘটিত হৈছিল।

চহৰখনত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাব্য পৰিকল্পনাৰ তথ্যৰ ওপৰত ভিত্তি কৰি এই অভিযানটো আৰম্ভ কৰা হৈছিল বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

আনহাতে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(CISF)ৰ বিবৃতি অনুসৰি সন্ত্ৰাসবাদীয়ে সেনা কঢ়িয়াই নিয়া এখন বাছক লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল আৰু এজন সহকাৰী উপ পৰিদৰ্শক নিহত হৈছিল।

চিআইএছএফৰ এজন বিষয়াই কয় যে সন্ত্ৰাসবাদীয়ে পুৱা ১৫ জন সেনা জোৱান কঢ়িয়াই নিয়া এখন বাছত আক্ৰমণ কৰিছিল।

“চিআইএছএফে তৎক্ষণাত প্ৰতি আক্ৰমণ কৰে আৰু সন্ত্ৰাসবাদী গোটটোক পলাই যাবলৈ বাধ্য কৰে। এজন চিআইএছএফ বিষয়া নিহত হৈছিল আৰু আন চাৰিজন সংঘৰ্ষত আহত হৈছিল।”— তেওঁ কয়।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd