DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Acid Attack: ভয়ংকৰ ঘটনা; লখিমপুৰত এচিড আক্ৰমণৰ ফলত আহত দুগৰাকী মহিলা

ফাৰহানা আহমেদ, উত্তৰ লখিমপুৰ by ফাৰহানা আহমেদ, উত্তৰ লখিমপুৰ
December 14, 2021 10:23 am
WhatsApp Image 2021-12-14 at 10.02.15 AM

প্ৰতিনিধিত্বমূলক ফটো।

177
VIEWS
Share on FacebookShare on Twitter

Acid Attack লখিমপুৰত সোমবাৰে নিশা এগৰাকী লোকৰ এচিড আক্ৰমণৰ ফলত দুগৰাকী মহিলা আহত হোৱাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।

উত্তৰ লখিমপুৰ নগৰৰ সমীপৰ ৰঙাজানত সংঘটিত হৈছে এই ঘটনা। ৰফিকুল ইছলাম নামৰ এজন লোকে শুই থকা অৱস্থাত ৰেহেনা বেগম আৰু নুৰেজা বেগমক এচিডেৰে আক্ৰমণ কৰে।

এচিড আক্ৰমণৰ বলি হোৱা মহিলা দুগৰাকীক ততাতয়াকৈ লখিমপুৰ মেডিকেল কলেজ হাস্পাতাললৈ লৈ যোৱা হয়।

Also Read: New Delta Strain: অ’মিক্ৰণৰ আতংকৰ মাজতে চীনত নতুন প্ৰজাতিৰ কৰ’নাৰ সংক্ৰমণে বৃদ্ধি কৰিছে উদ্বেগ

ঘটনা অনুসৰি, লালুক আৰক্ষী থানাৰ অন্তৰ্গত কৰুনাবাৰীৰ বাসিন্দা আক্ৰমণকাৰী ৰফিকুল ইছলামে তেওঁৰ পত্নী ৰেহেনা বেগম আৰু খুলশালীয়েক নুৰেজা বেগমক মাজনিশা তেওঁৰ খুলশালীয়েকৰ ঘৰত প্ৰৱেশ কৰি এচিডেৰে আক্ৰমণ কৰে।

ৰেহেনা বেগমে ইতিমধ্যে ঘৰুৱা হিংসাৰ বাবে ৰফিকুলৰ ঘৰ ত্যাগ কৰি গৈছিল।

ৰফিকুলৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ আৰক্ষী থানাত ঘটনাৰ বলি মহিলা দুগৰাকীৰ ভাতৃয়ে এটা গোচৰ ৰুজু কৰিছে। 

Recent News

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd