DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“ষড়যন্ত্ৰ” আৰু “গোপন বুজাবুজি”ৰ অভিযোগ! ইৰাণত দুগৰাকী মহিলা সাংবাদিকক কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2023 10:18 am
কাৰাদণ্ডৰ শাস্তিপ্ৰাপ্ত ইৰাণৰ দুই মহিলা সাংবাদিক নেগিন বাঘেৰী আৰু এলনাজ মহম্মদী। ফটো: সংগ্ৰহীত।

কাৰাদণ্ডৰ শাস্তিপ্ৰাপ্ত ইৰাণৰ দুই মহিলা সাংবাদিক নেগিন বাঘেৰী আৰু এলনাজ মহম্মদী। ফটো: সংগ্ৰহীত।

760
VIEWS
Share on FacebookShare on Twitter

ইৰাণৰ দুগৰাকী মহিলা সাংবাদিকে “ষড়যন্ত্ৰ” আৰু “গোপন বুজাবুজি”ৰ অভিযোগত তিনি বছৰৰ আংশিকভাৱে নিলম্বিত কাৰাদণ্ডৰ অংশ হিচাপে প্ৰায় এমাহ কাৰাবাস খাটিব লাগিব।

সাংবাদিক নেগিন বাঘেৰী আৰু এলনাজ মহম্মদীয়ে ঘোষিত শাস্তিৰ এক চল্লিশ ভাগ তথা এমাহতকৈও কম সময় কাৰাগাৰাত কটাব লাগিব। তেওঁলোকৰ অধিবক্তা আমিৰ ৰাইছিয়ানে স্থানীয় সংস্কাৰবাদী এক সংবাদ মাধ্যমক এইদৰে কয়।

লগতে পঢ়ক: শোকস্তব্ধ ইছৰো, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু চন্দ্ৰযান ৩ৰ সৈতে জড়িত বিজ্ঞানীৰ

এলনাজে স্থানীয় হাম মিয়ান কাকতত কাম কৰি আছে আৰু বাঘেৰীয়ে হাফাত-ই সোবাহ নামৰ নিৰপেক্ষ বাতৰি কাকত এখনত কাম কৰে।

অধিবক্তাগৰাকীয়ে লগতে কয় যে বাকী শাস্তি পাঁচ বছৰৰ বাবে স্থগিত ৰখা হ’ব। এই সময়ছোৱাত তেওঁলোকে পেছাদাৰী নৈতিকতাৰ প্ৰশিক্ষণ ল’ব লাগিব আৰু প্ৰব্ৰজনৰ পৰা বিৰত থাকিব লাগিব।

অৱশ্যে ৰাইছিয়ানে এই শাস্তিৰ বিৰুদ্ধে আপীল কৰিব পাৰিব নে নাই সেই সন্দৰ্ভত একো কোৱা নাই। ইয়াৰ বাহিৰেও কাকতখনৰ প্রতিবেদনত এই দুগৰাকী সাংবাদিকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দর্ভত কোনো সবিশেষ উল্লেখ কৰা হোৱা নাই।

লগতে পঢ়ক: ইউৰোপৰ সৰ্বোচ্চ শৃংগ মণ্ট ব্লাংক জয় কৰিলে অসমৰ পৰ্বতাৰোহী মনীষ ডেকাই

এলনাজৰ ভগ্নী এলাহিয়েও হাম মিয়ান কাকতত কাম কৰিছিল। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা মাছা আমিনীক সমাধিস্থ কৰাৰ বাতৰি দিয়াৰ বাবে যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা কাৰাগাৰত আছে এলাহি।

Recent News

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd